Join our whatsapp channel for more updates. Join Now

1500+ বিপৰীত শব্দ | Biparit Shabda In Assamese

Hello student, In this post we learn about some important বিপৰীত শব্দ | Biparit Shabda In Assamese. I have collected this list from various sources including অসমীয়া ব্যাকৰণ Books and some search results.

1500+ বিপৰীত শব্দ | Biparit Shabda In Assamese


1500+ বিপৰীত শব্দ | Biparit Shabda In Assamese

গম্ভীৰ – চঞ্চল

গুণী – নিৰ্গুণী

গুৰু – শিষ্য

চাকৰ – মালিক

চাফা – লেতেৰা

চৰ্ব্য – পেয়

প্ৰকৃত-অপ্ৰকৃত

প্ৰশ্ন-ওত্তৰ

পুণ্য- পাপ

প্ৰৱেশ- প্ৰস্থান

পৰিষ্কাৰ- লেতেৰা

পৱিত্ৰ- অপৱিত্ৰ

প্ৰতক্ষ্য- পৰোক্ষ

প্ৰচুৰ- অল্প

পুৱা- গধূলি

পুৰস্কাৰ- তিৰস্কাৰ

প্ৰাচীন- নবীন

প্ৰাচ্য- পাশ্চাত্য

প্ৰভু- ভূত্য

প্ৰকাশ- গোপণ

বহল- ঠেক

বগা- ক’লা

বন্ধু- শত্ৰু

শুক্ল-কৃষ্ণ

শান- অশান্ত

শুভ-অশুভ

শান্তি- অশান্তি

শুদ্ধ-ভুল

শকত- ক্ষীণ

সাধু-অসাধু

সচাঁ- মিছা

সহযোগী- প্ৰতিযোগী

সমষ্টি- ব্যষ্টি

সজীৱ-নিৰ্জীৱ

সপক্ষ-বিপক্ষ

সম্পদ-বিপদ

সভ্য- অসভ্য

সংযোগ- বিয়োগ

সন্মান- অপমান

সশ্ৰম- বিনাশ্ৰম

সজ-অসজ

সধবা- বিধৱা

স্বৰ্গ- নৰক

সুকৃতি- দুষ্কৃতি

সুগম-দুৰ্গম

সুস্থ-অসুস্থ

সঞ্চয়-অপচয়

সদয়-নিৰ্দয়

স্পষ্ট-অস্পষ্ট

সন্ধি-বিগ্ৰহ

সৰল- জটিল

সুৱিধা-অস্বিধা

সৃষ্টি- প্ৰলয়

সুচল- অচল

সুগন্ধ- দুগন্ধ

সুৰ-অসুৰ

সুযোগ-দুৰ্যোগ

সুশ্ৰী-কুশ্ৰী

সুখ্যাতি- অখ্যাতি

সুলভ-দুৰ্ল্লভ

স্থিৰ- অস্থিৰ

উপযুক্ত-অনুপযুক্ত

উত্তম-অধম

উচ্চ-নীচ

উৰ্বৰ- অনুৰ্বৰ

উণ্থান – পতন

উংকৃষ্ট- নিকৃষ্ট

উপস্থিত- অনুপস্থিত

ওখ-চাপৰ

ওপৰত- তলত

এতিয়া-তেতিয়া

কৃতজ্ঞ-অকৃতজ্ঞ

কোমল-কঠিন

কৃশ-স্থৃল

খাল-বাম

খোৱা-নোখোৱা

খাদ্য-অখাদ্য

গুণ- দোষ

গুণী- নিৰ্গুণী

গুৰু-শিষ্য

দেশপ্ৰেমিক-দেশদ্ৰোহী

ধৰ্ম- অধম

ধনী- দুখীয়া

নিৰাপদ- বিপদজনক

নতুণ- পুৰণি

ন্যায়- অন্যায়

নিৰ্মল- মলিণ

নিৰাকাৰ- সাকাৰ

নিৰ্দোষী- দোষী

নিভীক- ভীৰু

পাতল- ডাঠ

পৰিশ্ৰমীা- অপৰিশ্ৰমীা

পণ্ডিত- মূৰ্খ

আৰম্ভ- শেষ

আৱিৰ্ভাৱ- তিৰোভাৱ

আগ-গুৰি

আশা -নিৰাশা

আকৰ্ষণ-বিকৰ্ষণ

আশীবাদ-অভিশাপ

আয়- ব্যয়

আৰোহণ- অবহোৰণ

আনন্দ- বিষাদ

আস্তিক- নাস্তিক

আচাৰ-অনাচাৰ

আদি-অন্ত

আয়তী-বিধৱা

আস্থা- অনাস্থা

আচামী- ফৰিয়াদী

আগমণ- প্ৰত্যাদমণ

আপোন- পৰ

আদৰ- অনাদৰ

গহীন- চঞ্চল

গ্ৰহণ- বৰ্জন

গোপণ- প্ৰকাশ

গধুৰ- পাতল

গৰিষ্ঠি- লঘিষ্ঠ

গভীৰ- তৰাং

গৃহস্থী- সন্ন্যাসী

গোচৰীয়া- পদকীয়া

ঘৰচীয়া- বনৰীয়া

চৰম- নৰম

চহকী- দুখীয়া

ঘন- পাতল

চেতন- জড়

চল- অচল

চিনাকি- অচিনাকি

জ্ঞানী- মূৰ্খ

জমা-খৰচ

জন্ম- মূত্যু

জোখ- অজোখ

জাগৰণ- নিদ্ৰা

জয়- পৰাজয়

জীৱন- মৰণ

ডাঠ- পাতল

ডেকা- বুঢ়া

তপত- চেঁচা

দ’-বাম

দেৱতা- অসুৰ

দিন- ৰাতি

দয়ালু- নিৰ্দয়

দীঘল- চুটি

দাতা- কৃপণ

দীৰ্ঘ-হ্ৰস্ব

বিপদ-সম্পদ

বিদ্যা- অবিদ্যা

বিৰহ- মিলন

বাজ- ভিতৰ

বৈধ- অবৈধ

বিনীত- উদ্ধত

বিখ্যাত- অখ্যাত

বিধি- অবিধি

বিনয়-গৰ্ব

বাদী- বিবাদী

বিস্তৃত- সংক্ষিত

বিশ্বাসী- বিশ্বাসঘাতক

বিফলতা- সফলতা

ভাল- বেয়া

ভোতা -চোকা

ভীৰু-সাহসী

ভূত- ভৱিষ্যত

ভক্তি- ঘৃণা

মিতব্যয়ী- অমিতব্যয়ী

মুক্ত- বন্ধ

মান-অপমান

মুখ্য- গৌণ

মানুহ- দানৱ

মিলন- বিৰহ

যশ- অপযশ

যত্ন- আওকাণ

যোগ- বিযোগ

ৰোগী-নিৰোগী

ৰজা- প্ৰজা

লাভ- লোকচান

লঘু- গুৰু

হৰ্ষ- বিষাদ

হ্ৰাস- বৃদ্ধি

হঁহা – কন্দা

হাঁহি- কান্দোন

হৰা-জিকা

হৰণ- পূৰণ

হিংসা- প্ৰেম

ক্ষয়- বৃদ্ধি

ক্ষমা- প্ৰতিশোধ

অকাৰণ – কাৰণ

অকথনীয় – কথনীয়

অকল – লগ

অকাজী – কাজী

অকল্যাণ – কল্যাণ

অকথিত – কথিত

অকল্পনীয় – কল্পনীয়

অকঠিন – কঠিন

অকৃত্য – কৃত্য

অকথ্য – কথ্য

অকৃতকাৰ্য – কৃতকাৰ্য

অকপট – কপট

অকৃতজ্ঞ – কৃতজ্ঞ

অকীৰ্তি – কৃতি

অকৃত্ৰিম – কৃত্ৰিম

অকপটীয়া – কপটীয়া

অক্লান্ত – ক্লান্ত

অকামিলা – কামিলা

অক্লেশ – ক্লেশ

অকৰ্ম – কৰ্ম

অখণ্ডনীয় – খণ্ডনীয়

অকৰ্মী – কৰ্মী

অখণ্ডিত – খণ্ডিত

অকুমাৰ – কুমাৰ

অখ্যাত – বিখ্যাত

অক্ৰূৰ – ক্ৰূৰ

অগৰ্বী – গৰ্বী

অকৃতঘ্ন – কৃতঘ্ন

অগৰ্হিত – গৰ্হিত

অকৃতজ্ঞতা – কৃতজ্ঞতা

অগ্ৰসৰ – অনগ্ৰসৰ

অকৃপণ – কৃপণ

অগ্ৰাহ্য – গ্ৰাহ্য

অকৰ্মক – সকৰ্মক

অচল – সচল

সুখ- দুখ

ভুল- শুদ্ধ

অগ্ৰগতি-

প্ৰকাণ্ড- সৰু

অকৰণীয় – কৰণীয়

অগভীৰ – সুগভীৰ

অঋণী – ঋণী

অগ্ৰ – পশ্চ

অংশকালীন – পূৰ্ণকালীন

অংগচ্ছেদন – অংগসংস্থাপন

অনাদি – আদি

অনিয়ন্ত্ৰিত – নিয়ন্ত্ৰিত

অনৰ্থক – সদৰ্থক

অনীতি – নীতি

অনাবৃষ্টি – অতিবৃষ্টি

অনাস্থা – আস্থা

অনাবৃত – আবৃত

অনাশক্তি – আসক্তি

অনিয়ন্ত্ৰণ – নিয়ন্ত্ৰণ

অনাৱশ্যক – আৱশ্যক

অনুপম – উপযোগী

অনিচ্ছা – ইচ্ছা

অনুচিত – উচিত

অন্ত – আৰম্ভ

অনিৰ্বাণ – নিৰ্বাণ

অনিষ্ট – উপকাৰ, হিত

অনুদ্বিগ্ন – উদ্বিগ্ন

অনিচ্ছুক – ইচ্ছুক

অনিষ্টকাৰী – উপকাৰী

অনতিক্ৰম – অতিক্ৰম

অনিৰ্নিত – নিৰ্মিত

অনাদৃত – আদৃত

অনাড়ম্বৰ – আড়ম্বৰপূৰ্ণ

অনধিকাৰ – অধিকাৰ

অনিয়ম – নিয়ম

অনিমন্ত্ৰিত – নিমন্ত্ৰিত

অন্তৰ – বাহিৰ

অনিয়মিত – নিয়মিত

অনীহা – স্পৃহা

অনুগত – অবাধ্য

অনুকৰণ – অননুকৰণ

অনুজ – অগ্ৰজ

অন্তৰ্গত – বৰ্হিগত

অনুগ্ৰহ – নিগ্ৰহ

অনুকূল – প্ৰতিকূল

অনন্ত – অন্ত

অনুত্তীৰ্ণ – উত্তীৰ্ণ

অন্তমুৰ্খী – বহিৰ্মুখী

অনুদ্যমী – উদ্যমী

অন্ধ – চাক্ষুস, দৃষ্টিসম্পন্ন

অনভ্যাস – অভ্যাস

অনবদ্য – নিন্দনীয়

অনমনীয় – নমনীয়া, সহজ

অনুদ্দিষ্ট – উদ্দিষ্ট

অনভিজ্ঞ – অভিজ্ঞ

অনভ্যস্ত – অভ্যস্ত

অনুদ্ধত – উদ্ধত

অনভিপ্ৰেত – অভিপ্ৰেত

অনুপলব্ধি – উপলব্ধি

অমংগল – মংগল

অনৈক্য – ঐক্য

অপকাৰ – উপকাৰ

অপৰিপক্ক – পৰিপক্ক

অনৈতিক – নৈতিক

অপকেন্দ্ৰিক – অভিকেন্দ্ৰিক

অপাৰ্থিৱ – পাৰ্থিৱ

অপৰিচিত – পৰিচিত

অন্যায় – ন্যায়

অনুসৰ্গ – উপসৰ্স

অপকৰ্ম – সুকৰ্ম

অপচন্দ – পচন্দ

অনুৰাগ – বিৰাগ

অপকৰ্ষ – উতকৰ্ষ

অপথ্য – পথ্য

অনুপস্থিত – উপস্থিত

অনুৰ্বৰ – উৰ্বৰা , সাৰুৱা

অনুৰূপ – বিৰূপ

অবিবেচক – বিবেচক

অভিজ্ঞ – অনভিজ্ঞ

অভ্যা, – অনভ্যাষ

অভাৱ – উভৈনদী

অৰ্বাচীন – প্ৰাচীন

অবিচ্ছেদ্য – বিচ্ছেদ্য

অভদ্ৰ – ভদ্ৰ

অভ্যন্তৰ – বাহিৰ

অব্যৰ্থ – ব্যৰ্থ

অবিভক্ত – বিভক্ত

অব্যভিচাৰী – ব্যভিচাৰী

অভব্য – ভব্য

অভিলাষ – অনিচ্ছা

অবিশ্ৰান্ত – বিশ্ৰান্ত

অবিদ্যমান – বিদ্যমান

অবৈদিক – বৈদিক

অভ্ৰষ্ট – ভ্ৰষ্ট

অবিবাহিত – বিবাহিত

অব্যাহত – ব্যাহত

অভিশাপ – আশীৰ্বাদ

অভ্যন্ত – অনভ্যন্ত

অভিমানী – নিৰভিমানী

অবিন্যন্ত – সুবিন্যন্ত

অভেদ্য – ভেদ্য

অশ্ৰদ্ধা – শ্ৰদ্ধা

অসজ – সজ

অসমৰ্থ – সমৰ্থ

অসম্পূৰ্ণ – সম্পূৰ্ণ

অৱসাদ – উদ্যম

অশান্ত – শান্ত

অসন্তোষ – সন্তোষ

অশ্লীল – শ্লীল

অৱলম্বন – অসহায়

অসীম – সসীম

অসংযত – সংযত

অসংৰক্ষিত – সংৰক্ষিত

অশুচি – শুচি

অশালীন – শালীন

অশুৱনি – শুৱনি

অসত্য – সত্য

অসমান – সমান

অসংলগ্ন – সংলগ্ন

অশুভ – শুভ

অসংযম – সংযম

অশৰীৰী – শৰীৰী

অশ্ৰাব্য – শ্ৰাব্য

অশক্ত – শক্ত

অসন্তোষ – সন্তোষ

অশিষ্ট – শিষ্ট

আগ – গুৰি

অক্ষম – সক্ষম

আগ – পিছ

আগমন – প্ৰত্যাগমন

অস্ত – উদয়

অহংকাৰ – নিৰুহংকাৰ

অশ্লীলতা – শ্লীলতা

অসাম্য – সাম্য

আকৰ্ষণ – বিকৰ্ষণ

অসুশ্থ – সুস্থ

অসামৰিক – সামৰিক

আংশিক – পূৰ্ণ

অসাৰুৱা – সাৰুৱা

অস্তাচল – উদয়াচল

আগ – পাছ

অসহিষ্ণু – সহিষ্ণু

অসামান্য – সামান্য

আকাশ – পাতাল

অসাৰ্থক – সাৰ্থক

আওকাণ – মনোযোগ

আওকাঠী – সুকাঠী

অস্বাভাৱিক – স্বাভাৱিক

আঁউসী – পূৰ্ণিমা

আগঢ়ী – সুগঢ়ী

অস্থায়ী – স্থায়ী

অস্বাস্থ্যকৰ – স্বাস্থ্যকৰ

আচামী – ফৰিয়াদী

আধুনিক – পৌৰাণিক

আপোন – পৰ

আন্ধাৰ – পোহৰ

আদি – অন্ত

আজি – কালি

আদৃত – অনাদৃত

আবাদী – অনাবাদী

আদান – প্ৰদান

আটিল – সোলোক – ঢোলোক

আৰ্দ্ৰ – শুষ্ক

আবতৰ – বতৰ

আদৰ – অনাদৰ

আন্তীয় – অনাত্মীয়

আচল – নকল

আনন্দ – বেজাৰ

আদায় – অনাদায়

আপইঁতা – পূৰঠ

আত্মশ্লাঘা – আত্মগ্লানি

আদৰণি – বিদায়

আচ্ছাদিত – অনাচ্ছাদিত

আধৰুৱা – সম্পূৰ্ণ

আধুনিক – প্ৰাচীন

আনুষ্ঠানিক – অনানুষ্ঠানিক

আটকধুনীয়া – কুন্ধচ

আটোম – টোকাৰী – বিশৃংশল

আমিৰ – গৰীব

আস্থা – অনাস্থা

আসা – নিৰাশা

আৰ্ৱিভাৱ – তিৰোভাৱ

আয়তী – বিধৱা

ইচ্ছা – অনিচ্ছা

ইপাৰ – সিপাৰ

আহুত – অনাহুত

আবুৰ – মুকলি

আৰম্ভ – শেষ

আবৃত – অনাবৃত

ইতিবাচক – নেতিবাচক

আৱাহন – বিসৰ্জন

আমদানী – ৰপ্তানি

আস্তিক – নাস্তিক

আৰোহণ – অৱৰোহণ

আব্যন্তৰিন – বাহ্যিক

আড়ম্বৰপূৰ্ণ – অনাড়ম্বৰ

আসক্ত – অনাসক্ত

আমিষ – নিৰামিষ

আহ্লাদ – বিষাদ

আমিষহাৰী – নিৰামিষহাৰী

আহুকাল – সুচল

ইচ্ছুক – অনিচ্ছুক

উচ্চ – অনুচ্চ

উচ্চ – নিম্ন

উদয় – অস্ত

উত্তম – অধম

উন্নতি – অনুন্নতি

উত্তৰ – প্ৰশ্ন

উগ্ৰ – অনুগ্ৰ

ইয়াত – তাত

উণ্থান – পতন

উজু – টান

ইহকাল – পৰকাল

উক্ত – অনুক্ত

উদ্যমী – অনুদ্যমী

উজনি – নামনি

উদয়াচল – অস্তাচল

উপকাৰ – অপকাৰ

ইহলোক – পৰকাল

উন্নত – অনুন্নত

উত্তমাংগ – অধমাংগ

উত্তৰ – দক্ষিণ

উজ্জল – অনুজ্জল

উখোৱা – আৰৈ

উদ্যত – অনুদ্যত

উচ্চ – নীচ

ইদানীত্ন – তদানীন্তন

উতকৃষ্ট – নিকৃষ্ট

উদাস – বিষয়ী

উষ্ণ – শীতল

উৰ্ধ্ব – অনুৰ্ধ্ব

উচিত – উনুচিত

উৰ্বৰ – অনুৰ্বৰ

উদিত – অস্তমিত

উত্তীৰ্ণ – অৱতীৰ্ণ

উপস্থিত – অনুপস্থিত

উপযুক্ত – অনুপযুক্ত

উদাৰ – সংকীৰ্ণ

উভৈনদী – অভাৱ

উপসৰ্গ – অনুসৰ্গ

উতপতিয়া – শান্ত

উদগ্ৰীৱ – নিৰুদ্বেগ

উন্মুক্ত – আৱদ্ধ

উৰ্দ্ধ – অধঃ

উদ্দিষ্ট – অনুদ্দিষ্ট

উপসংহাৰ – অবতৰণিকা

উৰুঙা – উখল – মাখল

উমৈহতিয়া – গাইগুটিয়া

উত্তমৰ্ণ – অধমৰ্ণ

উদ্বিগ্ন – অনুদ্বিগ্ন

উদগতি – অধোগতি

উদ্ধদৃত – অনুদ্ধৃত

এঁৱা – দৈ

ওচৰ – দূৰ

ক’লা – বগা

একত্ব – বহুত্ব

ককৰ্থনা – প্ৰশংসা

কৰ্কশ – মিহি

এতিয়া – তেতিয়া

ঊৰ্ধ্বচাপ – নিম্নচাপ

ঐতিহাসিক – অনৈতিহাসিক

ঋনাত্মক – ধনাত্মক

এলাগী – লাগী

ওখ – চাপৰ

ক’লী – বগী

একমুখী – বহুমুখী

ধৰ্ধ্বতন – তলতীয়া

ঐহিক – পাৰলৌকিক

কইনা – বৰ

ওপৰ – তল

এনাইদেও – পোথাদেও

ঐক্য – অনৈক্য

কৰ্কশ – শুৱলা

এন্ধাৰ – পোহৰ

ঔচিত্য – অনৌচিত্য

ঊৰ্ধ্বগতি – অধোগতি

ঐচ্ছিক – অনৈচ্ছিক

কঙালী – ভূগালী

কৰ্ম – অকৰ্ম

কান্দোন – হাঁহি

ক্লান্ত – অক্লান্ত

কৰণীয় – অকৰণীয়

কল্পনা – বাস্তৱ

ক্ৰয় – বিক্ৰয়

কনিষ্ঠ – জ্যেষ্ট

কপট – অকপট

কাৰ্যকৰী – অকাৰ্যকৰী

কিঞ্চিত – প্ৰচুৰ

কান্দ – হাঁহ

কম – বেছি

কথনীয় – অকথনীয়

কম্পিত – অকম্পিত

কৰ্তৃত্ব – অকৰ্তৃত্ব

কাপুৰুষ – সাহসী

কপটীয়া – অকপটীয়া

কৰ্তব্য – অকৰ্তব্য

কৰযুক্ত – কৰমুক্ত

কৰাইচ – খৰছী

কাল্পনিক – বাস্তৱিক

কন্যা – পুত্ৰ

কদৰ্য – ধুনীয়া

কথিত – অকথিত

অপমান – সন্মান

অপৈণত – পৈণত

অবাধ্য – বাধ্য

অবিচলিত – বিচলিত

অপ্ৰমাদ – প্ৰমাদ

Some Important বিপৰীত শব্দ For Hslc Exam 2025

অপৰিষ্কাৰ – পৰিষ্কাৰ

অপৱিত্ৰ – প্ৰৱিত্ৰ

অবাঞ্ছিত – বাঞ্ছিত

অপুত্ৰক – পুত্ৰক

অপ্ৰধান – প্ৰধান

অৰ্বাচীন – প্ৰাচীন

অপাত্ৰ – পাত্ৰ

অবাস্তৱ – বাস্তৱ

অপ্ৰাসংগিক – প্ৰাসংগিক

অপ্ৰাকৃতিক – প্ৰাকৃতিক

অপ্ৰয়োগ – প্ৰয়োগ

অপ্ৰচলিত – প্ৰচলিত

অপুষ্পক – সুপুষ্পক

অপূৰ্ণ – পূৰ্ণ

অপ্ৰৰোচিত – প্ৰৰোচিত

অপুষ্টি – পুষ্টি

অপৰিসীম – সসীম

অপেস্বৰী – ফেদেলী

অপৰাজিত – পৰাজিত

অপৰিহাৰ্য – পৰিহাৰ্য

অমাৰ্জিত – মাৰ্জিত

অমৃত – গৰল

অলীক – বাস্তৱ

অৱনতি – উন্নতি

অলপ – বেছি

অযুক্তি – যুক্তি

অমাৱস্যা – পূৰ্ণিমা

অলৌকিক – লৌকিক

অৰাজনৈতিক – ৰাজনৈতিক

অৰূমোদয় – সূৰ্যাস্ত

অমেধ্য – মেধ্য

অমত – মত

অৱজ্ঞা – আদৰ

অমিল – মিল

অৱৰোহন – আৰোহন

অযৌগিক – যৌগিক

অলংওঘনীয় – লংঘনীয়

অমান্য – মান্য

অল্পায়ু – দীৰ্ঘায়ু

অৱতল – উত্তল

অমনোযোগ – মনোযোগ

অযুগুত – যুগুত

অৰুচি – ৰুচি

অম্লান – ম্লান

অমিতব্যয়ী – মিতব্যয়ী

কুপথ – সুপথ

কুৰুছি – সুৰুছি

কুশ্ৰী – সুশ্ৰী

কৃষ্ণাংগ – শ্বেতাংগ

কু-বাদ – সু-বাদ

কুখ্যাত – সুখ্যাত

কুটিল – সৰল

কীৰ্তন – ৰতন

কুলক্ষণ – সুলক্ষণ

কুন্ধচ – শুৱনী

কুমেৰু – সুমেৰু

কুতসা – প্ৰশংসা

কুফল – সুফল

কিন – বিক

কুনাম – সুনাম

কুৰূপ – সুৰূপ

কৃতজ্ঞ – অকৃতজ্ঞ

কু – পৰিবাহী – পু পৰিবাহী

কুতসিত – সুন্দৰ

কৃষ্ণপক্ষ – সুপক্ষ

কিশোৰ – কিশোৰী

কুলক্ষণী – সুলক্ষণী

কুমলীয়া – পূৰঠ

কুদৃষ্টি – শুভদৃষ্টি

কৃতকাৰ্য – অকৃতকাৰ্য

খং – ৰং

খৰচ – জমা

খহটা – মিহী

কৃত্ৰিম – অকৃত্ৰিম

খণ্ড – অখণ্ড

কৃশ – স্থুল

কৃপণ – খৰছী

খৰখেদা – লাহে – ধীৰে

খৰালি – বাৰিষা

কোমন – কঠিন

খলনাময়ক – নায়ক

ক্লেশ – অক্লেশ

কেঁকুৰি – পোন

কৃত্য – অকৃত্য

খৰচী – মিতব্যয়ী

কৃপাময় – কৃপাহীন

খণ্ডিত – অখণ্ডিত

ক্ৰেতা – বিক্ৰেতা

কৰ্মেন্দ্ৰিয় – জ্ঞানেন্দ্ৰিয়

খণ্ডবাক্য – পূৰ্ণবাক্য

খঙাল – ৰঙিয়াল

কৃষিপ্ৰধান – উদ্যোগপ্ৰধান

কেঁচা – পকা

খৰতকীয়া – লেহেমীয়া

খাদ্য – অকাদ্য

খুচুৰা – পাইকাৰী

খ্যাত – অখ্যাত

গগন – পাতাল

গদ্য – পদ্য

গমন – আগমন

গত – অনাগত

খাঁতি – ভেজাল

খাল – বাম

গতি – স্থিতি

গণিকা – সতী

গতিশীল – স্থিতিশীল

গধুৰ – পাতল

গভীৰ – অগভীৰ

গতানুগতিক – অগতানুগতিক

খোলা – বন্ধ

খীণ – শকত

খাৰিফশস্য – ৰবিশস্য

খোকোজা – খলখলীয়া

গতিশক্তি – স্থিতিশক্তি

গধূলি – পুৱা

গঠন – ভাঙোন

খ্যাতি – অখ্যাতি

খুৰা – খুৰী

খালী – ভৰ্তি

গায়ক – গায়িকা

গাই – বলদ

গৰিষ্ঠ – লঘিষ্ঠ

গ্ৰীষ্মকাল – শীতকাল

গাভৰু – ডেকা

গহীন – চঞ্চল

গুৰি – আগ

গাওঁ – নগৰ

গৰল – অমৃত

গৰিহণা – প্ৰশংসা

গুচৰীয়া – পদকীয়া

গুণফল – ভাগফল

গুৰু – লঘু

গিৰীয়েক – ঘৈণিয়েক

গা – গধুৰ – গা – পাতল

গুৰি – আগ

গৰ্হিত – প্ৰশংসনীয়

গম্য – অগম্য

গুপ্ত – মুক্ত

গিৰীহঁত – গিৰীহঁতনী

গুণ – দোষ

গাঁৱলীয়া – চহৰীয়া

গ্লানি – যশচ্যা

গৰম – ঠাণ্ডা

গুৰুত্ব – লঘুত্ব

গৌৰ – শ্যাম

গ্ৰহণ – বৰ্জন

ঘাইপথ – উপপথ

গ্ৰীষ্ম – শীত

ঘৈণিয়েক – গিৰীয়েক

গ্ৰামাঞ্চল – নগৰাঞ্চল

গোটা – চেপেটা

ঘৃমা – প্ৰেম

গোপনীয় – অগোপনীয়

গ্ৰহ – নক্ষত্ৰ

ঘন – সেৰেঙা

ঘাটি – ৰাহি

পৰিমিত- অপৰিমিত

প্ৰেৰণা- নিৰুংসাহ

সুন্দৰ- কুংসিত

স্বাধীন- পৰাধীন

সোঁ – বাঁও

স্থাৱৰ- জংগম

নিৰস- ৰসাল

আনন্দ- বিষাদ , নিবানন্দ

টেঙৰ- চতুৰ

চহকী- দুখীয়া

নিৰাশা- আশা

অনুচিত-উচিত

বিশ্বাস- অবিশ্বাস

সমাপ্তি- আৰম্ভনি

দৃষ্টিহীন-

অক্ষম – সক্ষম

বিদেশী- স্বদেশী

অচল- সচল

জটিল- সৰল

বৃহং- ক্ষুদ্ৰ

সফলতা- বিফলতা

আন্ধাৰ- পোহৰ

শৃংখল – বিশৃংখল

মিতব্যয়ী –

সহজ- টান

দূৰদশী- অদুৰদৰ্শী

শান্তি- অশান্তি

সৃষ্টি-ধবংস

ওৰ-

ক্ষমা-

অনিচ্ছা- ইচ্ছা

ভীৰু-

খৰালি-জহকালি

তৰাং-

দুখ-সুখ

ৰঙ-

আগুৱা-

সঞ্চয়-

ধিয়াস-

কৃতকাৰ্যতা – অকৃতকাৰ্যতা

সফল- বিফল

ধোৱাখুলীয়া-

শান্তি- অশান্তি

সুযোগ্য- অযোগ্য

সুখ্যাতি- কুখ্যাতি

কৃতজ্ঞ- অকৃতজ্ঞ

অৰ্থপূৰ্ণ- অৰ্থহীন

অমূুল্য- মূল্যহীন

সফলতা- বিফলতা

পুৰস্কাৰ – তিৰস্কাৰ

গধুৰ- পাতল

দুখ- সুখ

বলী- দুৰ্বলী

সাহসী- ভয়াতুৰ

বন্ধুত- শক্ৰতী

মিলা- প্ৰীতি-

একগোট-

প্ৰকাশ-অপ্ৰকাশ

ভোগ-

স্মৃতি-

সমাপ্ত- আৰম্ভ

আড়ম্বৰ-

ভাগ্য- দুৰ্ভাগ্য

ধৈৰ্য- অধৈৰ্য

মৃত্যু-জন্ম

জয়-পৰাজয়

কাপুৰুষ-

ভয়- নিৰ্ভয়

শত্ৰু – মিত্ৰ

দুৰ্বল- সৰল

কঠিন- সহজ

নবীন- প্ৰবীন

পৰনিৰ্ভৰশীল- আত্মনিৰ্ভৰশীল

দুৰ্লভ-

খৰগতি- বীৰগতি

পূৰ্ণিমা- অমাৱশ্যা

অনধিকাৰ-

নিন্দা – প্ৰশংসা

অনাৱশ্যক- আবশ্যক

জাগ্ৰত-

ধ্বংস- সূষ্টি

অসম্ভৱ- সম্ভব

অতীত- বৰ্তমান

পুণ্য-পাপ

পৱিত্ৰ- অপবিত্ৰ

প্ৰেম-

জীৱন-মৰণ

অশেষ-

প্ৰজা -ৰজা

প্ৰশংসা-নিন্দা

নিম্ন-উচ্চ

উপকাৰ-অপকাৰ

শান্ত-অশান্ত

ন্যায়-অন্যায

সুখ- দুখ

অসমৰ্থ-সমৰ্থ

উপস্থিত-অনুপস্থিত

ধ্বংস-সূষ্টি

চিনাকি-অচিনাকি

নৱীন- প্ৰবীন

প্ৰাচীন-নতুন

দুৰ্বল-শক্তিশালী

পৰিকল্পিত-অপৰিকল্পিত

বৈসাদৃশ্য-সাদূশ্য

সফল-বিফল

তীক্ষ্ণ-

বিসংগতি- সংগতি

মৃত্যু-জন্ম

বৃদ্ধি-

গভীৰ-তৰল

সুন্দৰী-

পুত্ৰ-জীয়ৰী

ভাই-ভনী

আই-পিতাই

দাদা-বৌ

নাৰী-পুৰুষ

মিল- অমিল

বুঢ়া-ডিকা

সোমোৱা-ওলোৱা

পোহনীয়া-বনৰীয়া

উত্তৰ- প্ৰশ্ন

জঁয় -পৰ

অধঃ-উধঃ

বটাঁ-

মুকুতি- বন্দী

অধম- ধম

গাফিলতি-

পোনপটীয়া- আওপটীয়া

চৰকাৰী – বেচৰকাৰী

চেপেটা – গোটা

চল – অচল

চামোন – কথকী

চতুৰ – হোজা

চফেদ – ক’লা

চঞ্চল – ধীৰ

চামিল – বহিষ্কাৰ

চৰকাৰ – জনসাৰাৰণ

গোলাম – মালিক

ঘৰচীয়া – বনৰীয়া

গৌৰৱ – অগৌৰৱ

গ্ৰেপ্তাৰ – মুক্তি

গ্ৰহীতা – দাতা

গ্ৰাহ্য – বৰ্জ্য

গৌণ – মূখ্য

গোপন – আকাশ

ঘুমটি – নিদ্ৰাহীন

গ্ৰহণীয় – বৰ্জনীয়

গোচৰীয়া – পদকীয়া

গোমা – ফৰকাল

ঘোষ – অঘোষ

চনকা – লিটকীয়া

চহকী – দুখিয়া

চাপৰ – ওখ

চৰিত্ৰৱান – চৰিত্ৰহীন

ঘোদা – নিজনী

চন্দ্ৰ – সূৰ্য

আঁতৰ-ওচৰ

ভাল-বেয়া

প্ৰশংসা- নিন্দা

সুদক্ষ- অদক্ষ

গভীৰ- তৰল

মেধাবী- ভোঁটা

আশা- নিৰাশা

অনুকূল- নিৰাশা

সূষ্টি- ধ্বংস

দুখিয়া-ধনী

প্ৰবল-

উন্নতি- অধোন্নতি

বিশুদ্ধ-

দেখা-নেদেখা

থকা-নথকা

উপকাৰ- অপকাৰ

সৰু- ডাঙৰ

ক্ষুদ্ৰ – বৃহত

ধুনীয়া- কুংসিং-

তংক্ষণাং-

শকত- ক্ষীন

চুটি-ওখ

সুখ-দুখ

পোহৰ-আন্ধাৰ

বেয়া-ভাল

ধুনিয়া-কুতসিত

মেলি-

ওপৰত- তলত

শুৱনি-

মৰা-জীয়া

স্বাধীন-পৰাধীন

জন্ম- মৃত্যু

শেষ- আৰম্ভ

বিদেশী-স্বদেশী

ত্যাগ- গ্ৰহন

বুঢ়া-ডেকা

নিৰানন্দ-আনন্দ

শেষ-আৰম্ভ

খালী-ভৰ্তি

জপাই-

দীঘল- চুটি

আন্ধাৰ-পোহৰ

পুৰণি-নতুন

অসহায়-সহায়

বলী-দুৰ্বলী

ৰাতি-দিন

গভীৰ-তৰল

আনন্দ-নিৰানন্দ

ধনী-দুখীয়া

গুৰু-লঘু

উজু-

প্ৰাচীন-নতুন

অসাধু-সাধু

জ্ঞান-অঞ্জান

নেদেখা-দেখা

হিত-অহিত

ন্যায়-অন্যায়

সংচৰিত-

সাধু-অসাধু

বিশ্বাস-অবিশ্বাস

হিত-অহিত

বেয়া-ভাল

ধুনীয়া-কুতসিত

মেলি-

ওপৰত-তলত

মৰা-জীয়া

স্বাধীন- পৰাধীন

জন্ম- মৃত্যু

শেষ-আৰম্ভ

বিদেশী-স্বদেশী

ত্যাগ-গ্ৰহন

নিৰস-ৰসাল

আনন্দ-নিৰানন্দ

সুখ-দুখ

ভুল-শুদ্ধ

অগ্ৰগতি-

প্ৰকাণ্ড-সৰু

টেঙৰ- চতুৰ

চহকী-দুখীয়া

নিৰাশা- আশা

অনুচিত-উচিত

ওৰ-

সুখ্যাতি- কুখ্যাতি

কৃতজ্ঞ- কৃতঘ্ন

সফলতা- বিফলতা

অৰ্থপূৰ্ণ- অৰ্থহীন

অমূল্য-মূল্যহীন

পুৰস্কাৰ- শাস্তি

বলী- দুৰ্বল

গধুৰ- পাতল

দুখ- সুখ

সাহসী-

বন্ধুত্ব-

মিলা – প্ৰীতি-

একগোট-

অণু- বৃহং

অলপ- বেছি

অন্ধ- চাক্ষুষ

অন্তৰ-বাহিৰ

অনুৰাগ- বিৰাগ

অতিবৃষ্টি- অনাবৃষ্টি

অনুগ্ৰহ-নিগ্ৰহ

অমৃত-গৰল

অভাৱ- উভৈনদী

অনুকূল- প্ৰতিকূল

অসীম- সসীম

অহংকাৰ- নিৰহংকাৰ

আচল- নকল

আদান-প্ৰদান

আকাশ-পাতাল

আধুনিক- নতুন

আন্ধাৰ-পোহৰ

ইচ্ছা-অনিচ্ছা

ইহলোক-পৰলোক

ইষ্ট-অনিষ্ট

উদাৰ-সংকীৰ্ণ

উন্নতি-অৱনতি

উত্তৰ-দক্ষিণ

উপকাৰ-অপকাৰ

উত্তম-অধম

উদয়-অস্ত

উচিত-অনুচিত

আগুৱা- পিচোৱা

সঞ্চয়-

ধিয়ায়-

কৃতকাৰ্যতা- অকৃতকাৰ্যতা

সফল-বিফল

সুযোগ্য- অযোগ্য

চৰ্ত – চৰ্তহীন

বিপৰীত শব্দ Biparit Shabda Asked In Previous HSLC Exam

You have get almost full list of বিপৰীত শব্দ Biparit Shabda which are important for your upcoming exam. Below there are some previous years question

I am working as an Assistant Teacher who loves to share knowledge in the internet world.

Post a Comment