Join our whatsapp channel for more updates. Join Now

Important notable events by year

 বছৰ অনুসৰি অতি প্রয়োজনীয় উল্লেখযোগ্য ঘটনাৰাজি

 Important notable events by year

উল্লেখযোগ্য বছৰ আৰু ঘটনাসমূহ

খ্ৰীষ্টপূৰ্ব / খ্ৰীষ্টাব্দ ঘটনাসমূহ

269  খ্ৰীষ্টপূৰ্ব      =           আশোকৰ ৰাজ্য 

                                       অভিষেক


326 খ্ৰীষ্টপূৰ্ব         =   আলেকজাণ্ডাৰৰ ভাৰত 

                                       আক্ৰমন


350-380 খ্ৰীষ্টাব্দ =     অসমৰ ঐতিহাসিক ৰজা  পুষ্য বর্মন কামৰূপৰ ৰজাৰ ৰাজত্ব কাল


594-650 = বৰ্মন বংশৰ শ্ৰেষ্ঠ নৃপতি কুমাৰ ভাস্কৰ বৰ্মন কামৰূপৰ  ৰজা


606 = হৰ্ষবৰ্দ্ধনৰ আক্ৰমন


629  = হৰ্ষবৰ্দ্ধনৰ দিনত হিউয়েন চাং ভাৰত আগমন


640 = ভাস্কৰ বৰ্মনৰ দিনত হিউয়েন চাং অসম আগমন


655= শালস্তম্ভ ৰাজবংশ প্ৰতিষ্ঠা 


990 =ব্ৰহ্মপাল কামৰূপৰ ৰজা, পাল বংশৰ সূচনা


1000= অসমীয়া ভাষাৰ উতপত্তি (সাম্ভাৱ্য)


1001 = গজনীৰ চুলতান মামুদৰ প্ৰথম ভাৰত আক্ৰমন 


1189 =চুতীয়া ৰজা বীৰপালৰ শদিয়াত চুতীয়া ৰাজ্য স্থাপন


1191= তৰাইনৰ প্ৰথম যুদ্ধ


1192= তৰাইনৰ দ্বিতীয় যুদ্ধ


1206 =বংগৰ শাসনকৰ্তা মহম্মদ বিন  বখ্তিয়াৰ খিলজিৰ কামৰূপ আক্ৰমন..এয়াই মুছলমানৰ প্ৰথম অসম আক্ৰমন



1221 = চেঙ্গিচখানে ভাৰত আক্ৰমন



1226 = বংগৰ শাসনকৰ্তা গিয়াছুদ্দিন ইৱাজ খিলজিৰ কামৰূপ আক্ৰমন


1228 = আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা ,চুকাফাৰ ৰাজত্ব 1228 পৰা 1268, টাই জাতিৰ উত্তৰ বৰ্মাৰ মাওলুং ৰাজ্যৰ পৰা পটকাই  হৈ অসমত প্ৰৱেশ ,,দিল্লীৰ চুলতান ইলতুতমিছৰ পুত্ৰ নাছিৰুদ্দিনৰ কামৰূপ আক্ৰমন 



1253 = চৰাইদেউত ৰাজধানী....চুকাফাৰ দিনতে বুৰণ্জী লিখা প্ৰথা আৰম্ভ 



1325 = মহম্মদ বিন টৌগলকৰ আক্ৰমন



1330 = দুৰ্লভ নাৰায়ন কমতাপুৰৰ ৰজা



1397 = চুডাংফা বা বামুনীকোৱৰ 1397ৰ পৰা 1407 খ্ৰী ৰাজত্ব



1440 =খেন বংশৰ প্ৰতিষ্ঠা



1449 = মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম



1455 = জোহানন গুটেনবাৰ্গে ছপাশালৰ উদ্ভাৱন



1469 = গুৰুনানকৰ জন্ম



1468 = বৰদোৱাত চিহ্নযাত্ৰাৰ প্ৰথম মঞ্চায়ন



1497 = চুহুংমুং বা দিহিঙীয়া বা স্বৰ্গদেউ স্বৰ্গনাৰায়ন ৰজাৰ ৰাজত্ব 1497ৰ পৰা 1539 এওৰ দিনৰ পৰা হিন্দু নাম লৈছিল স্বৰ্গদেউসকলে.



1498  = ভাস্কো-ডা-গামাৰ ভাৰতলৈ সাগৰীয়া পথৰ আৱিষ্কাৰ কালিকট বন্দৰত উপস্থিত



1515  = বিশ্ব সিংহৰ দ্বাৰা কোচঁ ৰাজ্যৰ প্ৰতিষ্ঠা



1523 = চোচমুখৰ যুদ্ধ



1526 = পানিপথৰ প্ৰথম যুদ্ধ ইব্ৰাহীম লোডী পৰাস্ত



1527 = তুৰ্বকৰ প্ৰথম আক্ৰমন বাবৰে মেৱাৰৰ ৰাণা প্ৰতাপ সিংহক পৰাস্ত কৰা খানৱাৰ যুদ্ধ



1532 = চুহুংমুংৰ দিনত তুৰ্বকৰ দ্বিতীয় অসম আক্ৰমন,এই দিক্ৰাইমুখৰ ৰণত পৰাক্ৰমেৰে  যুজিঁ মূলাগাভৰুৰ মৃত্যু



1533 = হাটবৰ ৰণত আহোম সেনাৰ হাতত তুৰ্বকৰ মৃত্যু



1539 =  চুক্লেন্মুং বা গড়গঞা ৰজাৰ ৰাজত্ব 1539ৰ পৰা 1552,কোচ আৰু আহোমৰ ৰণ,গড়গাৱত ৰাজধানী, চৌচাৰ যুদ্ধ শ্বেৰশ্বাহে হুমায়ুনক পৰাজিত কৰে ,



1540  = নৰনাৰায়ৰ কোচ সিহাংসনত আৰোহণ



1548= অসমত বৰভূইকুপ



1550 =পাউটবাসী সত্ৰ প্ৰতিষ্ঠা



1552= চুখাম্ফাৰ ৰাজপাট আৰোহণ



1556 = পানিপথৰ দ্বিতীয় যুদ্ধ



1560= গোঁসাই কমল আলি নিৰ্মাণ



1562= চিলাৰায়ৰ আহোম ৰাজ্য আক্ৰমন



1563= মাজুলীৰ সন্ধি ,চুখাম্ফা আৰু চিলাৰায়ৰ মাজত



1564 =কালাপাহাৰৰ হাত কামাখ্যা মন্দিৰ ধ্বংস, ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী গঠিত



1565 =নৰনাৰয়ণৰ দ্বাৰা কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ, তালিকোটৰ যুদ্ধ



1576 =হলদিঘাটৰ যুদ্ধ ৰাণা প্ৰতাপ স




1600 =ইষ্ট ইণ্ডিয়া কোম্পানী গঠিত



1603 =আহোম স্বৰ্গদেউ চুচেংফা বা প্ৰতাপ সিংহৰ ৰাজপাটত আহোৰণ



1609 =গেলিলিঅই টেলিস্কোপ উদ্ভাৱন



1615 =কোঁচ ৰাজ্য মোগলৰ অধীন



1638 = ভৰলীৰ যুদ্ধ .



1644 = চুটিন্ফাৰ ৰাজপাটত আহোৰণ



1648 = স্বৰ্গদেউ চুতাম্লা বা জয়ধ্বজ সিংহৰ ৰাজপাট আহোৰণ



1653 = মাজুলীত আউনীআটী সত্ৰ প্ৰতিষ্ঠা



1662 = জয়ধ্বজ সিংহৰ দিনত মোগলসম্ৰাট ঔৰংগজেৱৰ নিৰ্দেশত বংগৰ নবাব মিৰজুমলাই অসম আক্ৰমন,গড়গাৱ অধিকাৰ



1663 = টিপামৰ ওচৰৰ ঘিলাঝাৰী ঘাটত ঘিলাঝাৰীঘাটৰ সন্ধি, আহোম আৰু মোগলৰ মাজত এই সন্ধি , চুপুংমু বা চক্ৰধ্বজ সিংহৰ ৰাজপাট আহোৰণ



1664 = ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী গঠিত হৈছিল



1665= মাজুলীৰ গড়মূৰ সত্ৰ প্ৰতিষ্ঠা



1667 =মোগলৰ হাতৰ পৰা গুৱাহাটী আৰু পাণ্ডু উদ্ধাৰ



1669= স্বৰ্গদেউ চুন্যাতফা বা উদয়াদিত্য সিংহৰ ৰাজপাট আৰোহণ



1671 = শৰাইঘাটৰ ৰণ উদয়াদিত্য সিংহৰ দিনত




1673= মাজুলীত কমালাবাৰী সত্ৰৰ প্ৰতিষ্ঠা



1679= চুলিকফা বা লৰাৰজাৰ ৰাজপাট আৰোহণ



1681 =চুপাতফা বা গদাধৰ সিংহ বা গদাপানি ৰাজপাটত আৰোহণ , গোলাঘাটৰ আঠখেলীয়া নামঘৰৰ প্ৰতিষ্ঠা




1682 -1683= ইটাখুলিত আহোম মোগলৰ শেষ ৰণ গদাধৰ সিংহৰ ৰাজত্বকালত




1683 = এন্টম ভান লিউৱেলহুকে বেক্টেৰিয়াৰ আৱিষ্কাৰক





1687 =আহোম যুগৰ প্ৰসিদ্ধ আলিবাট ধোদৰ আলিৰ নিৰ্মাণ



1696= চুখ্ৰাম্ফা বা ৰুদ্ৰসিংহৰ ৰাজপাটত আৰোহণ



1699= ৰংপুৰত ৰাজধানী স্থাপন




1703= নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ




1714= চুতানফা বা শিৱসিংহৰ ৰাজপাট আৰোহণ পিছত পুনৰ ফুলেশ্বৰী কুঁৱৰী আছিল ৰাজ্য শাসন কৰা অসমৰ প্ৰথম ৰাণী





1746 = প্ৰথম কৰ্ণাটকৰ যুদ্ধ ইংৰাজ আৰু ফৰাছীসকলৰ মাজত




1757 =পলাশী যুদ্ধ




1761 =পানিপথৰ তৃতীয় যুদ্ধ




1764  =battle of buxar




1765 = clive was appointed companys governor in india




1767-69 = first anglo mysore war




1769 =ভাৰতৰ প্ৰথম  বেংক অফ হিন্দুস্তান বেংক স্থাপন




1780= birth of maharaja ranjit singh





1780-84 =second anglo mysore war




1782= মোৱামৰীয়া দ্বিতীয় বিদ্ৰোহ




1784= pitts india act




1786= মোৱামৰীয়া তৃতীয় বিদ্ৰোহ




1790-92 =third anglo mysore war




1793= the permanent sttlement of bangal




1795= দন্দুৱা দ্ৰোহ




1799= fourth anglo mysore war and death of tipu sultan





1802= treaty of bassein






1809= treaty of amritsar




1813= অসমীয়া ছপাপুথি ধৰ্মপুস্তকৰ প্ৰকাশ, ৰছয়িতা আত্মাৰাম শৰ্মা





1817= মানৰ প্ৰথম অসম আক্ৰমন 




1819 = মানৰ দ্বিতীয় অসম আক্ৰমন




1821= মানৰ তৃতীয় অসম আক্ৰমন,




1823 =অসমত চাহৰ আৱিষ্কাৰ




1826 =অমে বৈদ্যুতিক প্ৰতিৰোধ তত্ব



 উদ্ভাৱন,ইয়াণ্ডাবু সন্ধি,আহোম শাসনৰ অন্ত




1828 =ব্ৰিটিছ শাসকৰ বিৰুদ্ধে বিদ্ৰোহ, গোমধৰ কোঁৱৰ




1829= practice of sati prohibited




1830= raja rammohan roy visits england,পিয়লি ফুকনৰ ফাঁচী 





1833= নগাৱক জিলাৰূপে ঘোষনা, raja rammohan roy died at bristol, england







1839= death of maharaja ranjit singh




1839-42= first anglo afghan war








1843= অসমত দাস প্ৰথা বিলোপ, 






1845-46= first anglo sikh war





1852 =Second anglo burmese war





1853 = ভাৰতত প্ৰথম ৰেলপথ.....মুম্বাইৰ পৰা থানেলৈ মুকলি





1857= first war of independence taken place in india





1861 =birth of rabindranath tagore, ,ফুলগুৰি সংঘৰ্ষ




1867 =আলফ্ৰেড নবেলে ডাইনামাইটৰ উদ্ভাৱন, প্ৰাৰ্থনা সমাজ স্থাপন ,




1869 =birth of mahata gandh





1872= সৰ্বপ্ৰথম লোকপিয়ল হয় ভাৰতত





1881= ভাৰতত টেলিফোন সেৱা প্ৰৱৰ্তন





1882 =অসমত ৰেল সেৱা প্ৰৱৰ্তন কৰা হয়





1883 =- ব্ৰহ্মপুত্ৰত প্ৰথম জাহাজ চলে 





1885 =ভাৰতীয় জাতীয় কংগ্ৰেছ গঠিত প্ৰথম অধিবেশন সভাপতিত্ব উমেশ চন্দ্ৰ বেনাৰ্জী,




1886= যোৰহাটৰ সাৰ্বজনীন সভা জন্ম 2 জুনত ,




1888 =- অ: ভা: উ: সা: ৰ জন্ম 





1889= birth of  jawaharlal nehru,জোনাকী ' ৰ প্ৰকাশ 




1894 =পথৰুঘাটৰ ৰণ




1896 = বন্দেমাতৰম্ গীতটো জাতীয় কংগ্ৰেছৰ অধিবেশনত পোন প্ৰথমবাৰৰ বাবে গোৱা হৈছিল





1897= birth of subhaseh chandra bose





1901 =কটন মহাবিদ্যালয় স্থাপিত,ডিগবৈত তেল শোধনাগাৰ স্থাপন 





1903 =ৰাইটভাতৃদ্বয়ে উৰাজাহাজৰ উদ্ভাৱন, tibet Expedition( young husband delegation, আসাম এছচিয়েচন গঠন,




 

1905 =বংগ বিভাজন, Boycoot of British goods was adopted as a national policy,





1906 = fundation of muslim league laid down by salimullah at dhaka





1907 =ভাৰতৰ  জাতীয় পতাকা সৰ্বপ্ৰথম উত্তোলন





1911 = ব্ৰিটিছৰ শাসনকালত দিল্লী ভাৰতৰ ৰাজধানী ৰূপে ঘোষিত, 27 ডিচেম্বৰত জাতীয় কংগ্ৰেছৰ সভাত পোন প্ৰথম বাৰৰ বাবে জন গন মন গীত পৰিবেশন , কংগ্ৰেছৰ কলিকতা অধিবেশনত জন গন মন পৰিবেশন





1912 =টাইটানিক জাহাজ ডুৱ গৈছিল





1914 =world war i begun





1916 Lucknow past signed between congrees and  muslim league





1918= world war I ended





1919 =jalianwala bagh massacre at Amritsar, Montage-Chelmosford reforms introduced





1920 =অসহযোগ আন্দোলন




1921 =অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি গঠিত





1925= অসম চুতীয়া সন্মিলন





1926= জাচীয় কংগ্ৰেছৰ অধিবেশন অসমত ,





1927= boycott of simon Commission





1928= death of lala lajpat rai





1929 =Resolution of Poorna Swaraj was passed at Lahore Session of indian National Congress




1930 = দাণ্ডি যাত্ৰা





1931 =Gandhi lrwain pact





1932 =বায়ু সেনা বাহিনী প্ৰতিষ্ঠা






1934 =অ মোৰ আপোনাৰ দেশক ৰাজ্যিক গীত হিচাপে স্বীকৃতি






1935 =প্ৰথম অসমীয়া জয়মতী ছবি মুক্তি, Goverment of india act passed, অসমত স্বায়ত্ব শাসন প্ৰৱৰ্তন





1836 -= অসমত বাংলা ভাষা প্ৰৱৰ্তন 






1937= provinical Autonomy Congress froms ministries






1937 =world war ll begins ( sep 3)






1941 =Escape of Subhash chndra Bose From India, Death of Rabindranath tagore






1942 = ভাৰত ত্যাগ আন্দোলন আৰম্ভ Aug 8, Cripps mission arrived in india ,






1943-44= Bengal famine






1945 =world war ll ended, Shima Conference, Trial of india national Army at Red Fort






1946 = সংবিধান সভা প্ৰথম 9 decত অনুষ্ঠিত অধ্যক্ষ সচ্চিদানন্দ সিনহা





1947 = ভাৰত স্বাধীন হয়





1948 = গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা, উচ্চ ন্যায়লয় প্ৰতিষ্ঠা






1949 = সংবিধান গৃহীত 26 নৱেম্বৰত






1950 = সংবিধান কাৰ্যকৰী 26 জানুৱাৰীত লগতে ৰাষ্ট্ৰীয় প্ৰতীক গ্ৰহন, 24 জানুৱাৰীত জন-গন-মন গীতটিক ৰাষ্টীয় সংগীত হিচাপে গ্ৰহন ,






1951 = প্ৰথম পাচ বছৰীয়া পৰিকল্পনা আৰম্ভ 8 ডিচেম্বৰত






1953 = এভাৰেষ্ট শৃংগ বিজয়.....টেনজিং নৰ্গে আৰু চাৰ এডমাণ্ড হিলাৰীৰ





1954 = ভাৰত আৰু চীনৰ মাজত পঞ্চশীল চুক্তি সম্পন্ন






1959  = ভাৰতত দিল্লীত পোন প্ৰথম দূৰদৰ্শন প্ৰদৰ্শন






1960 = অসমীয়া ভাষাক ৰাজ্যিক ওভাষা হিচাপে স্বীকৃতি





1961 = পৰ্তুগীজৰ পৰা গোৱা স্বাধীন,অসমীয়া ভাষাটো ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি 






1965 -= ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰতিষ্ঠা 





1971 =অসমত কাগজ কল স্থাপন





1973= অসমৰ ৰাজধানী দিছপুৰত স্থাপন, Project tiger was Lunched by the indira gandhi govermment,অসমত পুনৰ অসমীয়া ভাষাৰ প্ৰচলন 





1974 =ৰাজস্থানৰ পোখৰাণত পৰমানু পৰিক্ষণ 18 মেত , পৰমানু শক্তিৰ ক্ষেত্ৰত  ষষ্ঠ স্থান দখল,শ্বিলঙৰ পৰা অসমৰ ৰাজধানী দিছপুৰলৈ অনা হয় 




1975 = ছিকিম 22তম ৰাজ্য ৰূপে ঘোষিত





1976  =সংবিধানত মৌলিক কৰ্তব্য সন্নিবিষ্ট





1979 = ভাস্কৰাব্দ আৰম্ভ, অসমত ৰাষ্ট্ৰপতি শাসন,অসম আন্দোলন আৰম্ভ, 






1980 = ৰোহিনী উপগ্ৰহ-1 উপস্থাপন ,






1987 = গোৱা ভাৰতৰ 25 তম ৰাজ্য হিচাপে ঘোষিত,কলীয়াভোমোৰা দলং উদ্বোধন






1991 =নতুন অৰ্থনৈতিক নীতিৰ সূচনা কৰা হয়






1994 =P.S.L.V. আৰম্ভ





1997 -= ডিব্ৰুগড়ৰ বগীবিলত ব্ৰহ্মপুত্ৰৰ চতুৰ্থ দলঙৰ আধাৰশিলা স্থাপন






2000 =ঝাৰখণ্ড ৰাজ্য গঠন






2002 = উত্তৰ পূৱ ভাৰতত ছিকিম অন্তৰ্ভূক্ত






2003= বি টি চি গঠন





2005 = ইনটাচ-4 এ নামৰ উপগ্ৰহ মহাকাশলৈ নিক্ষেপ...টেলিভিছন সেৱাত বৈপ্লৱিক পৰিৱৰ্তন ঘটোৱাৰ বাবে






2008 = বেইজিংত অলিম্পিকত ব্যক্তিগত শাষাত সোনৰ পদক অৰ্জা প্ৰথম ভাৰতীয় হিচাপে পৰিগনিত অভিনৱ বিন্দ্ৰা





2000 - মামণি ৰয়ছম গোস্বামীৰ জ্ঞানপীঠ বঁটা লাভ






I am working as an Assistant Teacher who loves to share knowledge in the internet world.

Post a Comment