বছৰ অনুসৰি অতি প্রয়োজনীয় উল্লেখযোগ্য ঘটনাৰাজি
Important notable events by year
উল্লেখযোগ্য বছৰ আৰু ঘটনাসমূহ
খ্ৰীষ্টপূৰ্ব / খ্ৰীষ্টাব্দ ঘটনাসমূহ
269 খ্ৰীষ্টপূৰ্ব = আশোকৰ ৰাজ্য
অভিষেক
326 খ্ৰীষ্টপূৰ্ব = আলেকজাণ্ডাৰৰ ভাৰত
আক্ৰমন
350-380 খ্ৰীষ্টাব্দ = অসমৰ ঐতিহাসিক ৰজা পুষ্য বর্মন কামৰূপৰ ৰজাৰ ৰাজত্ব কাল
594-650 = বৰ্মন বংশৰ শ্ৰেষ্ঠ নৃপতি কুমাৰ ভাস্কৰ বৰ্মন কামৰূপৰ ৰজা
606 = হৰ্ষবৰ্দ্ধনৰ আক্ৰমন
629 = হৰ্ষবৰ্দ্ধনৰ দিনত হিউয়েন চাং ভাৰত আগমন
640 = ভাস্কৰ বৰ্মনৰ দিনত হিউয়েন চাং অসম আগমন
655= শালস্তম্ভ ৰাজবংশ প্ৰতিষ্ঠা
990 =ব্ৰহ্মপাল কামৰূপৰ ৰজা, পাল বংশৰ সূচনা
1000= অসমীয়া ভাষাৰ উতপত্তি (সাম্ভাৱ্য)
1001 = গজনীৰ চুলতান মামুদৰ প্ৰথম ভাৰত আক্ৰমন
1189 =চুতীয়া ৰজা বীৰপালৰ শদিয়াত চুতীয়া ৰাজ্য স্থাপন
1191= তৰাইনৰ প্ৰথম যুদ্ধ
1192= তৰাইনৰ দ্বিতীয় যুদ্ধ
1206 =বংগৰ শাসনকৰ্তা মহম্মদ বিন বখ্তিয়াৰ খিলজিৰ কামৰূপ আক্ৰমন..এয়াই মুছলমানৰ প্ৰথম অসম আক্ৰমন
1221 = চেঙ্গিচখানে ভাৰত আক্ৰমন
1226 = বংগৰ শাসনকৰ্তা গিয়াছুদ্দিন ইৱাজ খিলজিৰ কামৰূপ আক্ৰমন
1228 = আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা ,চুকাফাৰ ৰাজত্ব 1228 পৰা 1268, টাই জাতিৰ উত্তৰ বৰ্মাৰ মাওলুং ৰাজ্যৰ পৰা পটকাই হৈ অসমত প্ৰৱেশ ,,দিল্লীৰ চুলতান ইলতুতমিছৰ পুত্ৰ নাছিৰুদ্দিনৰ কামৰূপ আক্ৰমন
1253 = চৰাইদেউত ৰাজধানী....চুকাফাৰ দিনতে বুৰণ্জী লিখা প্ৰথা আৰম্ভ
1325 = মহম্মদ বিন টৌগলকৰ আক্ৰমন
1330 = দুৰ্লভ নাৰায়ন কমতাপুৰৰ ৰজা
1397 = চুডাংফা বা বামুনীকোৱৰ 1397ৰ পৰা 1407 খ্ৰী ৰাজত্ব
1440 =খেন বংশৰ প্ৰতিষ্ঠা
1449 = মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম
1455 = জোহানন গুটেনবাৰ্গে ছপাশালৰ উদ্ভাৱন
1469 = গুৰুনানকৰ জন্ম
1468 = বৰদোৱাত চিহ্নযাত্ৰাৰ প্ৰথম মঞ্চায়ন
1497 = চুহুংমুং বা দিহিঙীয়া বা স্বৰ্গদেউ স্বৰ্গনাৰায়ন ৰজাৰ ৰাজত্ব 1497ৰ পৰা 1539 এওৰ দিনৰ পৰা হিন্দু নাম লৈছিল স্বৰ্গদেউসকলে.
1498 = ভাস্কো-ডা-গামাৰ ভাৰতলৈ সাগৰীয়া পথৰ আৱিষ্কাৰ কালিকট বন্দৰত উপস্থিত
1515 = বিশ্ব সিংহৰ দ্বাৰা কোচঁ ৰাজ্যৰ প্ৰতিষ্ঠা
1523 = চোচমুখৰ যুদ্ধ
1526 = পানিপথৰ প্ৰথম যুদ্ধ ইব্ৰাহীম লোডী পৰাস্ত
1527 = তুৰ্বকৰ প্ৰথম আক্ৰমন বাবৰে মেৱাৰৰ ৰাণা প্ৰতাপ সিংহক পৰাস্ত কৰা খানৱাৰ যুদ্ধ
1532 = চুহুংমুংৰ দিনত তুৰ্বকৰ দ্বিতীয় অসম আক্ৰমন,এই দিক্ৰাইমুখৰ ৰণত পৰাক্ৰমেৰে যুজিঁ মূলাগাভৰুৰ মৃত্যু
1533 = হাটবৰ ৰণত আহোম সেনাৰ হাতত তুৰ্বকৰ মৃত্যু
1539 = চুক্লেন্মুং বা গড়গঞা ৰজাৰ ৰাজত্ব 1539ৰ পৰা 1552,কোচ আৰু আহোমৰ ৰণ,গড়গাৱত ৰাজধানী, চৌচাৰ যুদ্ধ শ্বেৰশ্বাহে হুমায়ুনক পৰাজিত কৰে ,
1540 = নৰনাৰায়ৰ কোচ সিহাংসনত আৰোহণ
1548= অসমত বৰভূইকুপ
1550 =পাউটবাসী সত্ৰ প্ৰতিষ্ঠা
1552= চুখাম্ফাৰ ৰাজপাট আৰোহণ
1556 = পানিপথৰ দ্বিতীয় যুদ্ধ
1560= গোঁসাই কমল আলি নিৰ্মাণ
1562= চিলাৰায়ৰ আহোম ৰাজ্য আক্ৰমন
1563= মাজুলীৰ সন্ধি ,চুখাম্ফা আৰু চিলাৰায়ৰ মাজত
1564 =কালাপাহাৰৰ হাত কামাখ্যা মন্দিৰ ধ্বংস, ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী গঠিত
1565 =নৰনাৰয়ণৰ দ্বাৰা কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ, তালিকোটৰ যুদ্ধ
1576 =হলদিঘাটৰ যুদ্ধ ৰাণা প্ৰতাপ স
1600 =ইষ্ট ইণ্ডিয়া কোম্পানী গঠিত
1603 =আহোম স্বৰ্গদেউ চুচেংফা বা প্ৰতাপ সিংহৰ ৰাজপাটত আহোৰণ
1609 =গেলিলিঅই টেলিস্কোপ উদ্ভাৱন
1615 =কোঁচ ৰাজ্য মোগলৰ অধীন
1638 = ভৰলীৰ যুদ্ধ .
1644 = চুটিন্ফাৰ ৰাজপাটত আহোৰণ
1648 = স্বৰ্গদেউ চুতাম্লা বা জয়ধ্বজ সিংহৰ ৰাজপাট আহোৰণ
1653 = মাজুলীত আউনীআটী সত্ৰ প্ৰতিষ্ঠা
1662 = জয়ধ্বজ সিংহৰ দিনত মোগলসম্ৰাট ঔৰংগজেৱৰ নিৰ্দেশত বংগৰ নবাব মিৰজুমলাই অসম আক্ৰমন,গড়গাৱ অধিকাৰ
1663 = টিপামৰ ওচৰৰ ঘিলাঝাৰী ঘাটত ঘিলাঝাৰীঘাটৰ সন্ধি, আহোম আৰু মোগলৰ মাজত এই সন্ধি , চুপুংমু বা চক্ৰধ্বজ সিংহৰ ৰাজপাট আহোৰণ
1664 = ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী গঠিত হৈছিল
1665= মাজুলীৰ গড়মূৰ সত্ৰ প্ৰতিষ্ঠা
1667 =মোগলৰ হাতৰ পৰা গুৱাহাটী আৰু পাণ্ডু উদ্ধাৰ
1669= স্বৰ্গদেউ চুন্যাতফা বা উদয়াদিত্য সিংহৰ ৰাজপাট আৰোহণ
1671 = শৰাইঘাটৰ ৰণ উদয়াদিত্য সিংহৰ দিনত
1673= মাজুলীত কমালাবাৰী সত্ৰৰ প্ৰতিষ্ঠা
1679= চুলিকফা বা লৰাৰজাৰ ৰাজপাট আৰোহণ
1681 =চুপাতফা বা গদাধৰ সিংহ বা গদাপানি ৰাজপাটত আৰোহণ , গোলাঘাটৰ আঠখেলীয়া নামঘৰৰ প্ৰতিষ্ঠা
1682 -1683= ইটাখুলিত আহোম মোগলৰ শেষ ৰণ গদাধৰ সিংহৰ ৰাজত্বকালত
1683 = এন্টম ভান লিউৱেলহুকে বেক্টেৰিয়াৰ আৱিষ্কাৰক
1687 =আহোম যুগৰ প্ৰসিদ্ধ আলিবাট ধোদৰ আলিৰ নিৰ্মাণ
1696= চুখ্ৰাম্ফা বা ৰুদ্ৰসিংহৰ ৰাজপাটত আৰোহণ
1699= ৰংপুৰত ৰাজধানী স্থাপন
1703= নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ
1714= চুতানফা বা শিৱসিংহৰ ৰাজপাট আৰোহণ পিছত পুনৰ ফুলেশ্বৰী কুঁৱৰী আছিল ৰাজ্য শাসন কৰা অসমৰ প্ৰথম ৰাণী
1746 = প্ৰথম কৰ্ণাটকৰ যুদ্ধ ইংৰাজ আৰু ফৰাছীসকলৰ মাজত
1757 =পলাশী যুদ্ধ
1761 =পানিপথৰ তৃতীয় যুদ্ধ
1764 =battle of buxar
1765 = clive was appointed companys governor in india
1767-69 = first anglo mysore war
1769 =ভাৰতৰ প্ৰথম বেংক অফ হিন্দুস্তান বেংক স্থাপন
1780= birth of maharaja ranjit singh
1780-84 =second anglo mysore war
1782= মোৱামৰীয়া দ্বিতীয় বিদ্ৰোহ
1784= pitts india act
1786= মোৱামৰীয়া তৃতীয় বিদ্ৰোহ
1790-92 =third anglo mysore war
1793= the permanent sttlement of bangal
1795= দন্দুৱা দ্ৰোহ
1799= fourth anglo mysore war and death of tipu sultan
1802= treaty of bassein
1809= treaty of amritsar
1813= অসমীয়া ছপাপুথি ধৰ্মপুস্তকৰ প্ৰকাশ, ৰছয়িতা আত্মাৰাম শৰ্মা
1817= মানৰ প্ৰথম অসম আক্ৰমন
1819 = মানৰ দ্বিতীয় অসম আক্ৰমন
1821= মানৰ তৃতীয় অসম আক্ৰমন,
1823 =অসমত চাহৰ আৱিষ্কাৰ
1826 =অমে বৈদ্যুতিক প্ৰতিৰোধ তত্ব
উদ্ভাৱন,ইয়াণ্ডাবু সন্ধি,আহোম শাসনৰ অন্ত
1828 =ব্ৰিটিছ শাসকৰ বিৰুদ্ধে বিদ্ৰোহ, গোমধৰ কোঁৱৰ
1829= practice of sati prohibited
1830= raja rammohan roy visits england,পিয়লি ফুকনৰ ফাঁচী
1833= নগাৱক জিলাৰূপে ঘোষনা, raja rammohan roy died at bristol, england
1839= death of maharaja ranjit singh
1839-42= first anglo afghan war
1843= অসমত দাস প্ৰথা বিলোপ,
1845-46= first anglo sikh war
1852 =Second anglo burmese war
1853 = ভাৰতত প্ৰথম ৰেলপথ.....মুম্বাইৰ পৰা থানেলৈ মুকলি
1857= first war of independence taken place in india
1861 =birth of rabindranath tagore, ,ফুলগুৰি সংঘৰ্ষ
1867 =আলফ্ৰেড নবেলে ডাইনামাইটৰ উদ্ভাৱন, প্ৰাৰ্থনা সমাজ স্থাপন ,
1869 =birth of mahata gandh
1872= সৰ্বপ্ৰথম লোকপিয়ল হয় ভাৰতত
1881= ভাৰতত টেলিফোন সেৱা প্ৰৱৰ্তন
1882 =অসমত ৰেল সেৱা প্ৰৱৰ্তন কৰা হয়
1883 =- ব্ৰহ্মপুত্ৰত প্ৰথম জাহাজ চলে
1885 =ভাৰতীয় জাতীয় কংগ্ৰেছ গঠিত প্ৰথম অধিবেশন সভাপতিত্ব উমেশ চন্দ্ৰ বেনাৰ্জী,
1886= যোৰহাটৰ সাৰ্বজনীন সভা জন্ম 2 জুনত ,
1888 =- অ: ভা: উ: সা: ৰ জন্ম
1889= birth of jawaharlal nehru,জোনাকী ' ৰ প্ৰকাশ
1894 =পথৰুঘাটৰ ৰণ
1896 = বন্দেমাতৰম্ গীতটো জাতীয় কংগ্ৰেছৰ অধিবেশনত পোন প্ৰথমবাৰৰ বাবে গোৱা হৈছিল
1897= birth of subhaseh chandra bose
1901 =কটন মহাবিদ্যালয় স্থাপিত,ডিগবৈত তেল শোধনাগাৰ স্থাপন
1903 =ৰাইটভাতৃদ্বয়ে উৰাজাহাজৰ উদ্ভাৱন, tibet Expedition( young husband delegation, আসাম এছচিয়েচন গঠন,
1905 =বংগ বিভাজন, Boycoot of British goods was adopted as a national policy,
1906 = fundation of muslim league laid down by salimullah at dhaka
1907 =ভাৰতৰ জাতীয় পতাকা সৰ্বপ্ৰথম উত্তোলন
1911 = ব্ৰিটিছৰ শাসনকালত দিল্লী ভাৰতৰ ৰাজধানী ৰূপে ঘোষিত, 27 ডিচেম্বৰত জাতীয় কংগ্ৰেছৰ সভাত পোন প্ৰথম বাৰৰ বাবে জন গন মন গীত পৰিবেশন , কংগ্ৰেছৰ কলিকতা অধিবেশনত জন গন মন পৰিবেশন
1912 =টাইটানিক জাহাজ ডুৱ গৈছিল
1914 =world war i begun
1916 Lucknow past signed between congrees and muslim league
1918= world war I ended
1919 =jalianwala bagh massacre at Amritsar, Montage-Chelmosford reforms introduced
1920 =অসহযোগ আন্দোলন
1921 =অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি গঠিত
1925= অসম চুতীয়া সন্মিলন
1926= জাচীয় কংগ্ৰেছৰ অধিবেশন অসমত ,
1927= boycott of simon Commission
1928= death of lala lajpat rai
1929 =Resolution of Poorna Swaraj was passed at Lahore Session of indian National Congress
1930 = দাণ্ডি যাত্ৰা
1931 =Gandhi lrwain pact
1932 =বায়ু সেনা বাহিনী প্ৰতিষ্ঠা
1934 =অ মোৰ আপোনাৰ দেশক ৰাজ্যিক গীত হিচাপে স্বীকৃতি
1935 =প্ৰথম অসমীয়া জয়মতী ছবি মুক্তি, Goverment of india act passed, অসমত স্বায়ত্ব শাসন প্ৰৱৰ্তন
1836 -= অসমত বাংলা ভাষা প্ৰৱৰ্তন
1937= provinical Autonomy Congress froms ministries
1937 =world war ll begins ( sep 3)
1941 =Escape of Subhash chndra Bose From India, Death of Rabindranath tagore
1942 = ভাৰত ত্যাগ আন্দোলন আৰম্ভ Aug 8, Cripps mission arrived in india ,
1943-44= Bengal famine
1945 =world war ll ended, Shima Conference, Trial of india national Army at Red Fort
1946 = সংবিধান সভা প্ৰথম 9 decত অনুষ্ঠিত অধ্যক্ষ সচ্চিদানন্দ সিনহা
1947 = ভাৰত স্বাধীন হয়
1948 = গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা, উচ্চ ন্যায়লয় প্ৰতিষ্ঠা
1949 = সংবিধান গৃহীত 26 নৱেম্বৰত
1950 = সংবিধান কাৰ্যকৰী 26 জানুৱাৰীত লগতে ৰাষ্ট্ৰীয় প্ৰতীক গ্ৰহন, 24 জানুৱাৰীত জন-গন-মন গীতটিক ৰাষ্টীয় সংগীত হিচাপে গ্ৰহন ,
1951 = প্ৰথম পাচ বছৰীয়া পৰিকল্পনা আৰম্ভ 8 ডিচেম্বৰত
1953 = এভাৰেষ্ট শৃংগ বিজয়.....টেনজিং নৰ্গে আৰু চাৰ এডমাণ্ড হিলাৰীৰ
1954 = ভাৰত আৰু চীনৰ মাজত পঞ্চশীল চুক্তি সম্পন্ন
1959 = ভাৰতত দিল্লীত পোন প্ৰথম দূৰদৰ্শন প্ৰদৰ্শন
1960 = অসমীয়া ভাষাক ৰাজ্যিক ওভাষা হিচাপে স্বীকৃতি
1961 = পৰ্তুগীজৰ পৰা গোৱা স্বাধীন,অসমীয়া ভাষাটো ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি
1965 -= ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰতিষ্ঠা
1971 =অসমত কাগজ কল স্থাপন
1973= অসমৰ ৰাজধানী দিছপুৰত স্থাপন, Project tiger was Lunched by the indira gandhi govermment,অসমত পুনৰ অসমীয়া ভাষাৰ প্ৰচলন
1974 =ৰাজস্থানৰ পোখৰাণত পৰমানু পৰিক্ষণ 18 মেত , পৰমানু শক্তিৰ ক্ষেত্ৰত ষষ্ঠ স্থান দখল,শ্বিলঙৰ পৰা অসমৰ ৰাজধানী দিছপুৰলৈ অনা হয়
1975 = ছিকিম 22তম ৰাজ্য ৰূপে ঘোষিত
1976 =সংবিধানত মৌলিক কৰ্তব্য সন্নিবিষ্ট
1979 = ভাস্কৰাব্দ আৰম্ভ, অসমত ৰাষ্ট্ৰপতি শাসন,অসম আন্দোলন আৰম্ভ,
1980 = ৰোহিনী উপগ্ৰহ-1 উপস্থাপন ,
1987 = গোৱা ভাৰতৰ 25 তম ৰাজ্য হিচাপে ঘোষিত,কলীয়াভোমোৰা দলং উদ্বোধন
1991 =নতুন অৰ্থনৈতিক নীতিৰ সূচনা কৰা হয়
1994 =P.S.L.V. আৰম্ভ
1997 -= ডিব্ৰুগড়ৰ বগীবিলত ব্ৰহ্মপুত্ৰৰ চতুৰ্থ দলঙৰ আধাৰশিলা স্থাপন
2000 =ঝাৰখণ্ড ৰাজ্য গঠন
2002 = উত্তৰ পূৱ ভাৰতত ছিকিম অন্তৰ্ভূক্ত
2003= বি টি চি গঠন
2005 = ইনটাচ-4 এ নামৰ উপগ্ৰহ মহাকাশলৈ নিক্ষেপ...টেলিভিছন সেৱাত বৈপ্লৱিক পৰিৱৰ্তন ঘটোৱাৰ বাবে
2008 = বেইজিংত অলিম্পিকত ব্যক্তিগত শাষাত সোনৰ পদক অৰ্জা প্ৰথম ভাৰতীয় হিচাপে পৰিগনিত অভিনৱ বিন্দ্ৰা
2000 - মামণি ৰয়ছম গোস্বামীৰ জ্ঞানপীঠ বঁটা লাভ