Join our whatsapp channel for more updates. Join Now

কাক কি বুলি জনা যায় Kak Ki Buli Jona Jai

কাক কি বুলি জানো
কাক কি বুলি জনা যায় Kak Ki Buli Jona Jai


কাক কি বুলি জনা যায় Kak Ki Buli Jona Jai

Known as Name
অগ্নিকবি কমলাকান্ত ভট্রাচার্য
অতিন্দ্রিয়বাদী কবি নলিনীবালা দেৱী
অভিনয়াচার্য ব্রজনাথ শর্মা
অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী
অসম গৌৰৱ হেম বৰুৱা
উপন্যাস সম্রাট ৰজনীকান্ত বৰদলৈ
এণ্ডি খুৰা ডাঃ নগেন দত্ত
কথা শিল্পী চৈয়দ আব্দুল মালিক
কবিতা কোঁৱৰ অম্বেশ্বৰ চেতিয়া ফুকন
কর্মবীৰ নবীন চন্দ্র বৰদলৈ
কলংপৰীয়া কবি দেৱকান্ত বৰুৱা
কলাগুৰু বিষ্ণুপ্রসাদ ৰাভা
খৰিকাজাঁইৰ কবি ভবানন্দ ৰাজখোৱা
গীতিকবি পার্ৱতিপ্রসাদ বৰুৱা
জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ
জননায়ক দেৱেশ্বৰ শর্মা
জ্ঞানমালিনীৰ কবি মফিজুদ্দিন আহমদ হাজৰিকা
ত্যাগবীৰ হেমচন্দ্র বৰুৱা
দানবীৰ ৰাধানাথ সন্দিকৈ
দেশ হিতৈষী বিমলা প্ৰসাদ চলিহা
দেশপ্রাণ লক্ষ্মীধৰ শর্মা
দেশভক্ত তৰুণৰাম ফুকন
ধ্বনি কবি বিনন্দ চন্দ্র বৰুৱা
নটসূর্য ফণী শর্মা
নাট্য প্রভাকৰ সত্যপ্রসাদ বৰুৱা
নিজৰাৰ কবি শৈলধৰ ৰাজখোৱা
নৃত্যাচাৰ্য যতীন গোস্বামী
পণ্ডিতপ্ৰবৰ কৃষ্ণকান্ত সন্দিকৈ
পথাৰৰ কবি ৰাম গগৈ
পাপৰিৰ কবি গণেশ চন্দ্র গগৈ
প্রতিমাৰ খনিকৰ চন্দ্রকুমাৰ আগৰৱালা
প্রেম আৰু ৰ’দালিৰ কবি হীৰেন ভট্রাটার্য
ফুলনিৰ কবি পদ্মধৰ চলিহা
বকুলবনৰ কবি আনন্দ চন্দ্র বৰুৱা
বনকোঁৱৰ আনন্দিৰাম দাস
বনফুলৰ কবি যতীন্দ্রনাথ দুৱৰা
বাগ্মীবৰ নীলমণি ফুকন
বিদ্রোহী কবি প্রসন্নলাল চৌধুৰী
বিহগী কবি ৰঘুনাথ চৌধাৰী
বীৰবালা কনকলতা
ভাঙনিকোঁৱৰ আনন্দচন্দ্ৰ আগৰৱালা
ভাষাতত্ত্ববিদ বাণীকান্ত কাকতি
মৌচাক মামা শান্তনু তামূলী
মৰমী কবি দুর্গেশ্বৰ শর্মা
লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা
লোকনায়ক অমিয় কুমাৰ দাস
লোকপ্রাণ মতিৰাম বৰা
লোকপ্রিয় গোপীনাথ বৰদলৈ
লোকবন্ধু ডাঃ ভুৱনেশ্বৰ বৰুৱা
লৌহ মানৱ বিষ্ণুৰাম মেধি
শেৱালি কবি ৰত্নকান্ত বৰকাকতি
শোণিত কোঁৱৰ গজেন বৰুৱা
সংগীতাচার্য লক্ষ্মীৰাম বৰুৱা
সাহিত্য ৰত্ন চন্দ্রধৰ বৰুৱা
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা
সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা
সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য
সুধাকণ্ঠ ড° ভূপেন হাজৰিকা
সেউজ কোঁৱৰ পৰাগধৰ চলিহা
সৰস্বতী নিৰ্মলপ্ৰভা বৰদলৈ
হস্তী-কন্য প্ৰতিমা পাণ্ডে বৰুৱা
ৰংমন ৰবিন দে
ৰসাল কবি দণ্ডিনাথ কলিতা
ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা
A Blogger by Passion and Youtuber by hobby. Also an SEO Expert, Coch, Motivational Speaker, Affiliate Marketer and an Online Entrepreneur

Post a Comment