Join our whatsapp channel for more updates. Join Now

50+ Sanskrit Translation From Assamese সংস্কৃতলৈ অনুবাদ HSLC

Sanskrit Translation From Assamese সংস্কৃতলৈ অনুবাদ HSLC

Translate in Sanskrit সংস্কৃতলৈ অনুবাদ [ HSLC] সাম্ভব্য

1. মোৰ নাম ..........

मम नाम .........

2.মই দশম শ্ৰেণীত পঢ়ো

अहं दशम कक्षायां पठामि

3.সংস্কৃত ভাৰতৰ সাংস্কৃতিক ভাষা

संस्कृतं भारतस्य संस्कृतिकी भाषा

4. মই সংস্কৃত অলপ জানো

अहं संस्कृतं किञ्चित् जानामि

5.শিক্ষিত লোক এজন সকলোতে পূজিত হয়

विद्वान सर्वत्र पुज्यते

6. জননী জন্মভূমি স্বৰ্গতকৈও শ্ৰেষ্ঠ

जननी जन्मभूमिः च स्वर्गादपि गरियसी

7.বৰ্ষাকালত আকাশ ঘন মেঘেৰে আবৃত হয়

वर्षाकाले आकाशः घनमेघेन आवृतं भवति

8. কালিদাস ভাৰতবৰ্ষৰ সৰ্বোত্কৃষ্ট কবি

कालिदासः भारतवर्षस्य सर्वोत्कृष्टः कवि आसीत् 

9.বিহু উত্সৱ কৃষি কাৰ্যৰ লগত জড়িত

विहु उत्सवः कृषिकर्मणा सह सम्वन्धः 

10.সদায় সচা কথা কব লাগে

सदा सत्यं वदेत् 

11.পৰিশ্ৰমৰ দ্বাৰা ধন লাভ হয়

परिश्रमेण धनं लभ्यते

12.যি বিদ্বান হয়,তেঁও সদায় আনন্দ অনুভৱ কৰে

यः विद्वान् भवति सः सदैव आनन्दमनुभवति

13.বুদ্ধি যাৰ বল তাৰ

बुद्धिर्यस्य बलं तस्य

14.অহিংসাই পৰম ধৰ্ম

अहिंसा परमो धर्मः

15.এলাহ মানুহৰ শৰীৰৰ প্ৰধান শত্ৰু

आलस्य हि मनुष्यानां शरीरस्य महान् रिपुः

16.সত্যৰ সদায় জয়  

सत्यमेव जयते 

17.বসন্তকালত কুলিবোৰে সুমধুৰ শব্দ কৰে

वसन्तकाले कोकिलाः मधुरं रुवन्ति

18.মই ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ

अहं इश्वरं नमामि

19 গ্ৰীষ্মকালত সূৰ্যই প্ৰখৰ তাপ দিয়ে

ग्रीष्मकाले सूर्यः प्रखरं तपति

20.বৰ্ষাকালত মেঘেই প্ৰচণ্ড গৰ্জন কৰে

वर्षाकाले मेघः कठोरं गर्जति

21 শিক্ষকে ছাত্ৰক পঢ়াইছে

शिक्षकः छात्रं पाठयति

22. ৰামচন্দ্ৰ অযোধ্যাৰ ৰজা দশৰথৰ জ্যেষ্ঠ পুত্ৰ আছিল

रामचन्द्रः अयोध्यायाः राजादशरथस्य ज्येष्ठः पुत्र आसीत्

23. গছৰ পৰা পাতবোৰ পৰিছে

वृक्षात् पत्रानि पतन्ति

24. তেওঁৰ চাৰিজন ভায়েক আছে

तस्य चत्वारः भ्रातरः सन्ति

25.তেওঁ এজন বিদ্বান্ লোক

सः एकः विद्वान् लोकः

26. দয়ালু মানুহে দৰিদ্ৰক ধন দিয়ে

दयावान जनाः दरिद्राय धनं यच्छति

27. ৰামচন্দ্ৰই সীতা আৰু লক্ষণৰ সৈতে বনলৈ গৈছিল 

रामचन्द्रः सीतया लक्ष्मणेन सह वनम् अगच्छत् 

28. মই সদায় ৰাতিপুৱা ফুৰোঁ

अहं सदा प्रातकाले भ्रमणं करोमि

29. তোমাৰ নাম কি ?

तव नाम किम् ?

30. তুমি কৰ পৰা আহিলা ?

त्वं कुतः आगच्छसि নাইবা त्वं कुतः आगतवान्

31. ভাৰত আমাৰ জন্মভূমি

भारतम् अस्माकम् जन्मभूमि

32. সৰস্বতী বিদ্যাৰ দেৱী

सरस्वती विद्यायाः देवी

33. তুমি বিদ্যালয়লৈ যোৱানে ?

त्वं विद्यालयं गच्छसि वा ?

34. ছাত্ৰজনে সংস্কৃত পঢ়িবলৈ যত্ন কৰিছে

छात्रः संस्कृत पठितुं यत्नं करोति

35.ধনতকৈ বিদ্যা ডাঙৰ

धनात् विद्या गरीयसी

36.পুৰণি কালত মিথিলাত জনক নামৰ এজন ৰজা আছিল

पुराकाले मिथिलायां जनकः नाम्नाः एकः राजासीत्

37.ৰামচন্দ্ৰই জনকৰ জীয়েক সীতাক বিয়া কৰাইছিল

रामचन्द्रः जनकस्य दुहिता सीतां विवाहम् अकरोत्

38.কালিদাসৰ নাটকবোৰৰ ভিতৰত অভিজ্ঞান শকুন্তলম্ শ্ৰেষ্ঠ

कालिदासस्य नाटकानां मध्ये अभिज्ञानशकुन्तलम् श्रेष्ठः

39. তুমি কত বাস কৰা

त्वं कुत्र वससि

40.তেওঁ হৰিক পূজা কৰিছে

सः हरिं पूजयति

41. ধৰ্মসাধনৰ মূলতে শৰীৰ

शरीरम् आद्यं खलु धर्मसाधनम्

42. অসমৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মহোনীয়া

असमस्य प्राकृतिक सौन्दर्यम् अतीव रमणीयम् 

43 .সংস্কৃত অতি মধুৰ ভাষা

संस्कृतम् अतीव सुमधुरा भाषा 

44. সংস্কৃত ভাষা সকলো ভাৰতীয় ভাষাৰে মাতৃ

संस्कृतभाषा सर्वेषां भारतीयभाषाणां जननी

45.শ্ৰীমন্ত শংকৰদেৱ অসমৰ সুযোগ্য সন্তান আছিল

श्रीमन्तशंकरदेवः असमस्य सुपुत्र आसीत् 

46. ব্ৰহ্মপুত্ৰ অসম ৰাজ্যৰ মাজেদি পূৱৰ পৰা পশ্চিমলৈ বৈ গৈছে 

ब्रह्मपुत्रः असमराज्यस्य अन्तर्भागेन पूर्वात् पश्चिमं प्रति प्रवाहित अस्ति

47. অনৰ্থক সময় নষ্ট নকৰিবা

अनर्थकं समयं नष्टं मा कुरू

48. মানুহে সত্কৰ্মৰ দ্বাৰা যশস্যা লাভ কৰে

नरः सत्कर्मणा यशः लभ्यते

49. গৰ্বিত মানুহক কোনেও সন্মান নকৰে

गर्वित नरं कोSपि न सन्मानयति

50.তুমি কোন শ্ৰেণীত পঢ়া

त्वं कस्यां श्रेण्यां पठसि

51. মৰাচৰাই বোৰে আনন্দত নাচিছে

मयुराः आनन्देन नृत्यन्ति

Watch Here


I am working as an Assistant Teacher who loves to share knowledge in the internet world.

Post a Comment