Join our whatsapp channel for more updates. Join Now

Class 5 Maths Chapter 1 Question Answer সংখ্যা আৰু প্ৰক্ৰিয়া

সংখ্যা আৰু প্ৰক্ৰিয়া | Lesson 1 | Class 5 Maths Solution Assam

Dear students in this post we will discuss Class 5 Mathematics Solution Assamese Medium SCERT | SCERT Maths Solution Class 5 | পঞ্চম শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ . So lets continue.

SCERT Maths Solution Class 5 | পঞ্চম শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ 

নলবাৰীৰ এখন প্রাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ 20.গৰাকী ছাত্ৰ-ছাত্ৰী তেওঁলোকৰ শ্রেণী শিক্ষকৰ সৈতে শৈক্ষিক ভ্ৰমণৰ বাবে গুৱাহাটীলৈ যাবলৈ ওলাল। তেওঁলোকে গাইপতি 200 টকাকৈ উঠালে আৰু এখন গাড়ীৰে যাত্ৰা আৰম্ভ কৰিলে। তেওঁলোকে গুৱাহাটীৰ বিভিন্ন ঠাই যেনে- . আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, শংকৰদেৱ কলাক্ষেত্ৰ, চিৰিয়াখানা, তাৰকাগৃহ আৰু চানমাৰিত চলি থকা গ্ৰন্থমেলালৈ গ’ল। তেওঁলোকৰ গুৱাহাটী শৈক্ষিক ভ্ৰমণৰ অভিজ্ঞতাৰ ওপৰত কিছু প্রশ্নৰ উত্তৰ

  • নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ 79 কিমি
  • আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ 4 কিমি
  • শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চানমাৰিলৈ 9 কিমি
  • চানমাৰিৰ পৰা তাৰকাগৃহলৈ 3 কিমি
  • তাৰকাগৃহৰ পৰা নলবাৰীলৈ 70কিমি !

Ans- 

  • নলবাৰীৰ পৰা গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰলৈ দূৰত্ব =  কিমি।
  • কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহলৈ মুঠ দূৰত্ব হ’ল =   কিমি৷
  • চানমাৰিৰ পৰা তাৰকাগৃহ হৈ নলবাৰীলৈ মুঠ দুৰত্ব= কিমি
  •  গাইপতি 200 টকাকৈ সংগ্ৰহ কৰিলে 20 জন ছাত্ৰ-ছাত্ৰীৰ পৰা সংগ্ৰহ কৰা মুঠ ধনৰ পৰিমাণ 200 টকা x 20 =4000 টকা 
  • দলটোৱে গাড়ীৰ ভাৰাৰ বাবে 2200 টকা আদায় দিলে। তেন্তে তেওঁলোকৰ মুঠ সংগৃহীতধনৰ কিমান টকা হাতত থাকিব? = 10 টকাকৈ
  • আঞ্চলিক বিজ্ঞান কেন্দ্ৰত প্ৰৱেশ টিকটৰ বাবে 21 জনৰ (শিক্ষকসহ) গাইপতি 10  টকা  জমা দিয়াত টিকটৰ বাবে মুঠ খৰচ হ'ল, __ আৰু বাকী ৰল —— টকা
  • দলটোৱে খোৱাৰ বাবদ গাইপতি 65 টকাকৈ খৰচ কৰিলে। মুঠ 21 জনৰ খৰচ হ’ল -  65 টকা x 21 =  টকা৷
  • এতিয়া দলটোৰ হাতত ----- টকা জমা থাকিল।

কিতাপ কিনিবৰ বাবে ৰণ্টুক দেউতাকে 450 টকা দি পঠাইছিল। সি গ্ৰন্থমেলাৰ তলত উল্লেখিত কিতাপসমূহ কিনিলে-- এখন বুঢ়ী আইৰ সাধু মূল্য 66 টকা; এখন ইছপৰ সাধু মূল্য 45 টকা; এখন Spoken English  ৰ মুল্য 82 টকা আৰু ৰং কৰিব পৰা কিতাপ পাচখন মুঠ মূল্য 125 টকা ৷ গ্ৰন্থমেলাত ৰণ্টুৱে মুঠ কিমান টকাৰ কিতাপ কিনিলে আৰু ৰণ্টুৰ হাতত কিমান টকা জমা থাকিল?

Ans ;

সংখ্যাবোৰ আখৰেৰে প্ৰকাশ কৰা

Number Word
352 তিনি শ বাৱন
600 ছয় শ
1556 এক হাজাৰ পাঁচ শ ছাপন্নী
1605 এক হাজাৰ ছয় শ পাঁচ
1930 এক হাজাৰ ন শ ত্রিশ
2018 দুই হাজাৰ ওঠৰ
2413 দুই হাজাৰ চাৰি শ তেৰ
8848 আঠ হাজাৰ আঠ শ আঠচল্লিছ


স্থানীয় মানত ভাঙি লিখা আৰু মণিশলাত ভৰোৱা

Upcoming---
সংখ্যা কমা দি লিখা বহলাই লিখা (বিস্তৃত ৰূপত)
352 352 300+50+2
600 600 600+0+0
1556 1,556 1000+500+50+6
1605 1,605 1000+600+0+5
1930 1,930 1000+900+30+0
2018 2,018 2000+0+10+8
2413 2,413 2000+400+10+3


1. সংক্ষিপ্ত ৰূপত লিখোঁ আহাঃ


Serial Number Expression Result
(a) 800 + 80 + 9 889
(b) 2000 + 200 + 20 + 2 2222
(c) 600 + 0 + 30 + 1 631
(d) 10000 + 6000 + 500 + 40 + 3 16543
(e) 30000 + 0 + 0 + 60 + 7 30067


2. সংখ্যাত লিখোঁ আহাঃ


Expression Result
(a) ন হাজাৰ আঠশ পাঁচ 9805
(b) পোন্ধৰ হাজাৰ সাতশ ন 15709
(c) পয়ত্ৰিশ হাজাৰ বিৰান্নব্বৈ 35092
(d) ঊনসত্তৰ হাজাৰ ছয়শ 69600
(e) দহহাজাৰ দুই 10002

3. আখৰেৰে লিখাঃ


Expression Result
(a) 15907 পোন্ধৰ হাজাৰ ন শ সাত
(b) 29008 ঊনত্ৰিশ হাজাৰ আঠ
(c) 61507 এষষ্ঠি হাজাৰ পাঁচ শ সাত
(d) 70091 সত্তৰ হাজাৰ একান্নব্বৈ
(e) 92990 বিৰান্নব্বৈ হাজাৰ ন শ নব্বৈ

4. সৰুৰ পৰা ডাঙৰলৈ ক্ৰমত সজোৱাঃ

(a) 723, 732, 690, 960 
Ans= 690, 723, 732, 960
(b) 2823, 2832, 3282, 3228 
Ans=  2823, 2832, 3228, 3282
(c) 69002, 96200, 96002, 69200 
Ans= 69002, 69200, 96002, 96200
(d) 68625, 68256, 68652, 68265 
Ans= 68256, 68265, 68625, 68652


5. ডাঙৰ পৰা সৰুলৈ লিখাঃ

(a) 5236, 2365, 6325, 3652 
Ans= 6325, 5236, 3652, 2365
(b) 69302, 96302, 69203, 96320 
Ans = 96320, 96302, 69302, 69203
(c) 75695, 75596, 69575, 69755 
Ans= 75695, 75596, 69755, 69575
(d) 69212, 96221, 69122, 96212 
Ans= 96221, 96212, 69212, 69122

6. তলৰ অংকবোৰ ব্যৱহাৰ কৰি 5 অংকবিশিষ্ট আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যাটো লিখাঃ


Serial No অংক আটাইতকৈ সৰু সংখ্যা আটাইতকৈ ডাঙৰ সংখ্যা
a) 2,5,7,3,1 12357 75321
b) 6,0,7,2,4 2467 76420
c) 1,6,2,3,4 12346 64321
d) 2,1,8,9,5 12589 98521

7. তলৰ আঁচ দিয়া অংকবোৰৰ স্থানীয় মান লিখো আহাঃ

a) 1 4 6 5 1 = 4000
b) 3 0 7 2 5 = 0
c) 9 2 7 2 5 = 90000
d) 8 2 7 1 1 = 80000
e) 6 1 2 4 1 = 200
f) 8 6 7 0 2 = 2

8. সংখ্যা দুটা তুলনা কৰি খালী স্থানত উপযুক্ত >, < বা = চিন বহুওৱাঃ


a) 38640 < 48694 e) 10243 < 11000
b) 10040 > 10004 f) 44232 > 42432
c) 87878 > 87877 g) 32098 = 32098
d) 60060 < 60600 h) 10010 < 11010

9. চিন্তা কৰি খালী ঠাই পূৰ কৰাঃ


a) 95072ত 9ৰ স্থানীয় মান 90000।
b) চাৰি অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো 1000 আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো 9999।
c) চাৰি অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটোৰ আগৰ সংখ্যাটো 999।
d) 4,563 + 0 = 4,563 
e) 10,000 – 1,000 = 9,000 
f) চাৰি অংকবিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটোৰ লগত 1 যোগ কৰিলে 5 অংকবিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো পোৱা যায়।


10. যোগ কৰাঃ

Expression Result
(a) 126 + 325 451
(b) 806 + 98 904
(c) 1761 + 179 1940
(d) 2007 + 2376 4383
(e) 1234 + 891 2125
(f) 9123 + 482 9605
(g) 7614 + 325 7939
(h) 18625 + 7928 26553
(i) 13782 + 72128 85910

11. বিয়োগ কৰাঃ


Expression Result
a) 728 – 389 339
b) 4316 – 729 3587
c) 6782 – 3567 3215
d) 8173 – 2954 5219
e) 23921 – 3829 20092
f) 26272 – 15729 10543

12. চিন্তা কৰা আৰু কি হ’ব লিখাঃ


a) 3217 + 9673 = 12890; 12890 – 9673 = 3217
b) 7612 + 2892 = 1050; 10504 – 7612 = 2892
c) 8292 – 6479 = 1813; 6479 + 1813 = 8292
d) 9678 – 3859 = 5819; 3859 + 5819 = 9678


13. সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰাঃ


a) দুটা সংখ্যাৰ যোগফল 41283, তাৰে এটা 28239 হ’লে আনটো কিমান হ’ব? 
Ans= 41283 – 28239  13044

b) 67192 আৰু 72841ৰ মাজত পাৰ্থক্য কিমান?
Ans= 72841 – 67192 = 6649

c) 32721, 40621 আৰু 72901 ৰ যোগফল নিৰ্ণয় কৰা।
Ans= 32721 + 40621 + 72901 = 146243

d) 28709ৰ লগত কি যোগ কৰিলে যোগফল 78239 হ’ব?
Ans= 78239 - 28709 = 49530

12. বিয়োগফল চোৱা আৰু চিন্তা কৰি বাকচত সঠিক অংক বহুওৱাঃ

A Blogger by Passion and Youtuber by hobby. Also an SEO Expert, Coch, Motivational Speaker, Affiliate Marketer and an Online Entrepreneur

Post a Comment