Join our whatsapp channel for more updates. Join Now

সংখ্যাৰ শ্ৰেনী বিভাজন Classification of Numbers

সংখ্যাৰ শ্ৰেনী বিভাজন Classification of Numbers


স্বাভাৱিক সংখ্যা

একৰ পৰা গণনা কৰিব পৰা সকলো সংখ্যাকেই স্বাভাৱিক সংখ্যা বোলে। যেনে - ১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯, ১০, ১১, ১২ ইত্যাদি

অখণ্ড সংখ্যা

শূন্যৰ সৈতে সকলো স্বাভাৱিক সংখ্যাকেই অখণ্ড সংখ্যা বোলে। যেনে- ১, ২, ৩, ৪, ৫, ৬, , ইত্যাদি। ৷

অযুগ্ম সংখ্যা 

যিবোৰ সংখ্যাক ২ ৰে হৰণ কৰিব নোৰাৰি সেইবোৰ সংখ্যাক অযুগ সংখ্যা বোলে।যেনে - ১, ৩, ৫,৭, ৯, ১১, ১৩, ১৫, ১৭, ১৯১ ২১, ২৩, ২৫, ২৭, ইত্যাদি।,

যুগ্ম সংখ্যা 

যিবোৰ সংখ্যাক ২ ৰে হৰণ কৰিব পাৰি সেইবোৰ সংখ্যাক যুগ্ম সংখ্যা বোলা হয় । যেনে- ২,৪,৬,৮,১০,১২,১৪,১৬, ১৮,২০ ইত্যাদি।

মৌলিক সংখ্যা

যিবোৰ সংখ্যা এক আৰু সংখ্যাটোৰে নিজেই বিভাজ্য হয় তাকে মৌলিক সংখ্যা বোলে। যেনেঃ- ২, ৩,৫, ৭, ১১, ১৩, ১৭, ১৯, ২৩, ২৯, ৫৩, ৫৯, ৬১, ৬৭, ইত্যাদি৷ 

যৌগিক সংখ্যা

যিবোৰ সংখ্যা সংখ্যাটোৰে নিজেই আৰু কমেও এটা মৌলিক সংখ্যাৰে বিভাজ্য হয় তাকে যৌগিক সংখ্যা বোলে। যেনে- ৪, ৬, ৮১ ৯১ ১০, ১২ ইত্যাদি। 

বৰ্গ সংখ্যা

এটা সংখ্যাক একোটা সংখ্যাৰে পূৰণ কৰিলে যিটো সংখ্যা পোৱা যায় তাক বৰ্গ সংখ্যা বুলি কোৱা হয় ! যেনে- ১, 8, ৯, ১৬১ ২৫, ৩৬, ৪৯ আদি।

দশমিক সংখ্যা

দশমিকত প্রকাশ হোৱা সংখ্যাবোৰক দশমিক সংখ্যা বোলে। যেনে ০.৫০, ০.৭৫, ৩.৫০, ৮.৪৫, ১০.১৫, ৭৫.৯৯ আদি

ভগ্নাংশ

কোনে এটা অখণ্ড বা পূৰ্ণ সংখ্যাক কিছুমান সমান সমান খণ্ডত প্রকাশ কৰিলে সেই খণ্ডবোৰক ভগ্নাংশ বোলে। যেনে -  ১/৩ , ২/৫, ২/৭, ২১/৩৩    আদি


  • এটা অংকৰ আটাইতকৈ সৰু সংখ্যাটো হ'ল ১
  • এটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল ৯
  • আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ’ল ১ 
  • আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ল ০ 
  • আটাইতকৈ সৰু মৌলিক সংখ্যাটো হ'ল ২
  • আটাইতকৈ সৰু বৰ্গ সংখ্যাটো হ'ল ১
  • দুটা অংকৰ আটাইতকৈ সৰু সংখ্যাটো হ'ল,১০
  • তিনিটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল ৯৯৯ 
  • আটাইতকৈ সৰু যৌগিক সংখ্যাটো হ'ল 8
  • আটাইতকৈ সৰু যুগ্ম সংখ্যাটো হ'ল ২
  • আটাইতকৈ সৰু অযুগ্ম সংখ্যাটো হ'ল 
  • অংকৰ চিহ্ন বা প্ৰতীক মুঠ দহটা।
  • ত্ৰিভূজ এটাৰ তিনিটা বাহু আৰু তিনিটা কোণ থাকে।
  • এটা বৃত্তৰ এটাই কেন্দ্ৰ থাকে।  

A Blogger by Passion and Youtuber by hobby. Also an SEO Expert, Coch, Motivational Speaker, Affiliate Marketer and an Online Entrepreneur

Post a Comment